নিউজ ডেস্কঃ এনডিএ-য়ে ইউপিপিএল আৰু জিএছপিৰ সৈতে বৃহৎ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূৰ্বাঞ্চলৰ লোকে এনডিএ-ৰ প্ৰতি বিশ্বাস দেখুওৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছে৷ ইউপিপিএল আৰু বিজেপিৰ অসম দলৰ মিত্ৰজোঁটক অভিনন্দন জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকে জনসাধাৰণৰ প্ৰত্যাশা পূৰণত সমৰ্থ হ’ব বুলি আশা প্ৰকাশ কৰে আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়োৱাৰ বাবে এনডিএ প্ৰতিশ্ৰুতিৱদ্ধ বুলিও জানিবলৈ দিয়ে৷
বিটিচিৰ নিৰ্বাচনত বিজেপি-ৰ জয়লাভৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এনডিএ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ লোকৰ সেৱাৰ অৰ্থে প্ৰতিশ্ৰুতিৱদ্ধ