নিউজ ডেস্কঃ অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ কমল কুমাৰ মেধিৰ । ইতিমধ্য়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰালৈ কমল কুমাৰ মেধিয়ে প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ ।
উল্লেখযোগ্য যে কমল কুমাৰ মেধি কংগ্ৰেছৰ মুখপাত্ৰ হিচাবে থকাৰ লগতে আৰটিআই বিভাগৰ অধ্যক্ষৰ দায়িত্বতো আছিল। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা আঁতৰি আহি কংগ্ৰেছত যোগদান কৰা মেধিয়ে ২০১৮ চনৰ ১৯ জুনত কংগ্ৰেছত যোগদান কৰিছিল।