নিউজ ডেস্কঃ আজিৰে পৰা আৰম্ভ হ’ল ক’ভিড প্ৰতিষেধক প্ৰদান অভিযান ৷
গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক ডাঃ উমেশ শৰ্মাক দিয়া হয় প্ৰথমটো ভেকচিন ৷
পুৱা ১০.৩০ বজাত আনুষ্ঠানিকভাৱে আৰম্ভ হয় এই কাৰ্যসূচী ৷
স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰতিষেধক লয় ডাঃ উমেশ শৰ্মাই ৷u
অসমৰ প্ৰথমগৰাকী ক’ভিড ভেকচিন লাভ কৰা ব্যক্তি চিকিৎসক ডঃ উমেশ শৰ্মা ৷