প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ তুংগত ৷
বিজেপিৰ ১০০+ মিছনৰ বাবে সমষ্টিয়ে সমষ্টিয়ে হাইপ্ৰফাইল নেতাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ৷
নিৰ্বাচনী প্ৰচাৰৰ বাবে শনিবাৰে অসমত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী ৷
মৰিয়নী, শিৱসাগৰ আৰু চামগুৰিত নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
মৰিয়নী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ৰমনী তাঁতী, শিৱসাগৰত সুৰভী ৰাজকুঁৱৰী আৰু চামগুৰিৰ প্ৰাৰ্থী অনিল শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিব স্মৃতি ইৰাণী ৷
ইয়াৰ উপৰি নিৰ্বাচনী প্ৰচাৰৰ বাবে দেওবাৰে অসমত উপস্থিত হ’ব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷
photo: google