NCT বিলৰ বিৰুদ্ধে যন্তৰ-মন্তৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব অৰবিন্দ কেজৰিৱালে ৷
মন্ত্ৰী গোপাল ৰায়ে সংবাদমেলযোগে ঘোষণা কৰিছে এই কথা ৷
১৭ মাৰ্চত দিল্লীৰ যন্তৰ-মন্তৰত আম আদমি পাৰ্টিৰ কৰ্ম-কৰ্তা, মন্ত্ৰী, বিধায়কসহিতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সাব্যস্ত কৰিব প্ৰতিবাদ ৷
লোকসভাত বিজেপি চৰকাৰে উত্থাপন কৰে গৱৰ্ণমেণ্ট অৱ নেচনেল কেপিটেল টেৰিটৰী অৱ দিল্লী (সংশোধিত) বিল ২০২১ ৷
দিল্লী চৰকাৰে পূৰ্বৰে পৰা বিলখনৰ বিৰোধীতা কৰি আহিছে ৷
কংগ্ৰেছেও এনচিটি বিলক বাওপন্থী চৰকাৰৰ স্বৈৰাচাৰী সিদ্ধান্ত আখ্যা দিছে ৷
১৭ মাৰ্চত দিনৰ ২ বজাৰ পৰা গ্ৰহণ কৰিব এই প্ৰতিবাদী কাৰ্যসূচী ৷
photo: google