এক অপৰাধজনিত ভাইৰেল ভিডিঅ’ৰ তথ্য বিচাৰি টুইটাৰত এটা পোষ্ট অসম আৰক্ষীৰ।
৫ অভিযুক্তৰ ফটো শ্বেয়াৰ কৰি তেওঁলোকৰ বিষয়ে কোনো তথ্য থাকিলে অসম আৰক্ষীক জনোৱাৰ আহ্বান।
লগতে অসম আৰক্ষীয়ে তথ্য প্ৰদান কৰা লোকজনক পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰিছে।
অসম আৰক্ষীয়ে টুইটাৰত ফটো শ্বেয়াৰ কৰি লিখিছে যে, ‘এই ফটোকেইখন ৫ অভিযুক্তৰ যিয়ে এগৰাকী যুৱতীক নিৰ্যাতন চলোৱা দেখা গৈছে এটা ভাইৰেল ভিডিঅ’ত।
এই ঘটনাৰ স্থান আৰু সময় স্পষ্ট নহয়। যদি কাৰোবাৰ সৈতে এই অপৰাধজনিত ঘটনা বা অভিযুক্তৰ সন্দৰ্ভত কোনো তথ্য আছে তেন্তে যোগাযোগ কৰক আমালৈ। তেওঁলোকক পুৰস্কাৰ দিয়া হ’ব।’
These images are of 5 culprits who are seen brutally torturing & violating a young girl in a viral video.
The time or place of this incident is not clear.
Anyone with information regarding this crime or the criminals may please contact us. They will be rewarded handsomely. pic.twitter.com/ZnNjtK1jr6
— Assam Police (@assampolice) May 26, 2021
Photo: Twitter @assampolice