- আন্তঃৰাষ্ট্রীয় ভুৱা কল চেণ্টাৰ উৎখাত মহানগৰ ক্রাইম ব্রান্সৰ।
- মহানগৰীৰ শিলপুখুৰীত ক্রাইম ব্রান্সৰ অভিযান।
- অময়া কাৰ্যালয়ৰ ON Roll Suport Serviceৰ কাৰ্যালয়ত এই অভিযান।
- পূৰ্বে উলুবাৰীস্থিত ভেনাছ বিজনেছ ছ’লশ্যন নামৰ কল চেণ্টাৰত চলিছিল অভিযান।
- প্রায় ৬ মাহ ধৰি দুয়োটা কল চেণ্টাৰৰ পৰা নিয়ন্ত্রণ হৈছিল বহু আন্তঃৰাষ্ট্রীয় ফোন কল।
- এই কল চেণ্টাৰটোৱে লুটিছিল কেন্দ্রীয় চৰকাৰৰ প্রায় ১৬০ কোটিৰো অধিক ৰাজহ।
- হায়দৰাবাদৰ পৰা নিয়ন্ত্রণ হৈ আছিল এই কল চেণ্টাৰটো।
- আন্তঃৰাষ্ট্রীয় যিকোনো কল লোকেল কললৈ ৰূপান্তৰ কৰিছিল কল চেণ্টাৰটোৱে।
- যাৰ ফলত কোনে কাৰ লগত যোগাযোগ কৰিছে সেই তথ্য ধৰা পৰা নাছিল।