হাস্পতালৰ পৰা ঘৰলৈ যাব দিয়া হ’ল জুবিন গাৰ্গক। চিকিৎসকে ঘৰতে জিৰণি ল’বলৈ নির্দেশ দিছে যুৱ প্ৰজম্মৰ হাৰ্টথ্ৰব গৰাকীক।
উল্লেখ্য যে, জুবিন গাৰ্গে মূৰত আঘাত পোৱাৰ বাবে চাৰিটাকৈ চিলাই পৰিছিল, সেই চিলাই খুলিবলৈ তিনি দিন পিছত শিল্পীগৰাকী পুনৰ আয়ুৰসুন্দ্ৰা হাস্পতাললৈ আহিব বুলি জানিব পৰা গৈছে। হাস্পতালৰ পৰা ঘৰলৈ যোৱাৰ সময়ত সম্পূৰ্ণ ৰূপে সুস্থ হয় জুবিন গাৰ্গ।