- মঙলবাৰে ঘোষণা কৰিলে লোকসেৱা বঁটা।
- ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই ঘোষণা কৰে এই বঁটা।
- ৰাজ্যিক পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীলৈ লোকসেৱা বঁটা ঘোষণা কৰিছে।
- অসমৰ ১০ গৰাকী বিষয়া-কৰ্মচাৰীলৈ ঘোষণা কৰিছে এই বঁটা।
- জিলা পৰ্যায়ৰ ৮৯ গৰাকী বিষয়া-কৰ্মচাৰীলৈ কৰ্মদক্ষতাৰ ভিত্তিত প্ৰদান কৰিব এই বঁটা।
- কৰ্মচাৰীসকলৰ মাজত থাকিব তৃতীয়-চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীও।
- বঁটা প্ৰাপক সকলৰ অৱসৰৰ কাৰ্যকাল ১ বছৰলৈ বৃদ্ধি।
- প্ৰত্যেক বঁটা প্ৰাপকক প্ৰদান কৰা হ’ব ২৫ হাজাৰ টকাৰ লগতে মানপত্ৰও।
- ৫ আগষ্টত প্ৰদান কৰা হ’ব এই বঁটা।
- লোক কল্যান দিৱসৰ লগত সংগতি ৰাখি প্ৰদান কৰিব এই বঁটা।