- চুকাফা তথা আহোমৰ বিৰুদ্ধে মন্তব্য কৰা গৰ্গ চেটাৰ্জীক গ্রেপ্তাৰ।
- গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে গ্রেপ্তাৰ।
- কলকাতা আৰক্ষীয়ে গ্রেপ্তাৰ কৰিলে গৰ্গ চেটাৰ্জীক।
- আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পিছতে চৰ্ত সাপেক্ষে তেওঁক জামিন দিলে আদালতে।
- ১৭ ছেপ্টেম্বৰৰ ভিতৰত হাজিৰ হ’ব লাগিব CJM ক’ৰ্টত।
- চুকাফাক আক্রমণকাৰী বুলি মন্তব্য কৰিছিল চেটাৰ্জীয়ে।