- ব্ৰহ্মপুত্ৰৰ বলুকাত যুৱ শিল্পীয়ে সাজি উলিয়াইছে গান্ধীজীৰ প্ৰতিমূৰ্তি।
- যোৰহাটৰ তিনিজন যুৱকে নিমাতি ঘাটৰ চৰত বালিৰে নিৰ্মাণ কৰিলে গান্ধীজীৰ প্ৰতিমূৰ্তি।
- স্বাধীনতা দিৱসত আজাদী কা অমৃত মহোত্সৱ উপলক্ষে ত্ৰৈলোক্য, লৱন আৰু প্ৰিয়মে নিৰ্মাণ কৰিছে জাতীৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আৰু জাতীয় পতাকা।
- উল্লেখ্য যে, যুৱ শিল্পী তিনিগৰাকীয়ে পূৰ্বেও বিভিন্ন বিশেষ দিনত বলুকাত চিত্ৰ শিল্প অংকন আৰু নিৰ্মাণ কৰি আহিছে।