মুম্বাই ইন্ডিপেন্ডেন্ট ফিল্ম ফেস্টিভেলত চমক প্ৰদৰ্শন অসম কন্যা জেশিকা ডেকাৰ ।
অসমৰ বাপোতি সাহোন বিহুক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িৱাবলৈ সক্ষম হৈছে গুৱাহাটীৰ কাহিলিপাৰাৰ বাসিন্দা ৰাজু ডেকা আৰু বিনিতা ডেকাৰ জীয়ৰি জেশিকা ডেকাই ।
উল্লেখ্য যে, মুম্বাই ফিল্ম একাডেমী আৰু ফিল্ম ফ্ৰিবৰ সহযোগত আয়োজিত পাঁচ বছৰীয়া আন্তৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱৰ এইটো দ্বিতীয় বাৰ্ষিকী আছিল । এই মহোৎসৱত এন. ডি. এফ.এফ. য়ে সক্ৰিয় ভূমিকা গ্ৰহণ কৰে ।