- মহানগৰীৰ ৰুক্মিণীগাঁৱত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ।
- এটা এপাৰ্টমেণ্টত মৃতদেহ উদ্ধাৰক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতি।
- মৃতদেহটো জ্যোতিষ তালুকদাৰ নামৰ এজন লোকৰ বুলি চিনাক্ত কৰা হৈছে।
- এপাৰ্টমেণ্টটোৰ কেয়াৰটেকাৰ হিচাপে কৰ্মৰত আছিল তালুকদাৰ।
- এপাৰ্টমেণ্টটোৰ এটা নলাত পৰি আছিল জ্যোতিষৰ মৃতদেহ।
- ঘটনাস্থলীত উপস্থিত হৈ দিছপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।