- গুৱাহাটীৰ গাড়ীগাঁৱত কিশোৰ নিৰ্যাতনৰ ঘটনা।
- চুৰিৰ অভিযোগত এজন কিশোৰক নিৰ্যাতন।
- শুকুৰ আলী নামৰ এজনৰ বিৰুদ্ধে অভিযোগ কিশোৰৰ মাতৃৰ।
- ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল মাতৃৰ।
- এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে অভিযুক্ত শুকুৰ আলীক।
এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪
© 2021 All Rights Reserved | Headline8