- জৰুৰীকালীন সেৱাত ৬ মাহৰ বাবে নিষিদ্ধ ধর্ণা-প্রতিবাদ
- এইমর্মে ৰাজনৈতিক বিভাগে জাৰি কৰিলে নির্দেশনা
- তেল, গেছ খণ্ডৰ শ্রমিক-কর্মচাৰীয়ে কৰিব নোৱাৰিব কোনো প্রতিবাদ
- ঠিকাভিত্তিক শ্রমিকেও অংশ ল’ব নোৱাৰিব প্রতিবাদত
- টেংকাৰ চালকসকলেও অংশ ল’ব নোৱাৰিব প্রতিবাদ-ধর্ণাত
- ‘এছমা’ৰ অধীনত চৰকাৰে জাৰি কৰিলে জাননী
- অতিঃ মুখ্য সচিব ৫২ ৰবি কোটাই দিছে এই নির্দেশনা
- পৰৱৰ্তী জাননী নিদিয়ালৈকে বাহাল থাকিব এই নির্দেশনা