- ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত।
- ঘৰে ঘৰে গৈ পৰীক্ষা কৰা হ’ব ৰেচন কাৰ্ড।
- ৪ লাখৰ উৰ্দ্ধত বাৰ্ষিক আয় থকা পৰিয়ালৰ বাতিল হ’ব ৰেচন কাৰ্ড।
- পৰিয়ালত চাকৰিয়াল থাকিলেও বাতিল হ’ব ৰেচন কাৰ্ড ।
- ৪ লাখৰ বাৰ্ষিক আয়ৰ উৰ্দ্ধৰ লোকক নিজ ইচ্ছাৰে ৰেচন কাৰ্ড জমা দিবলৈ আহ্বান।
- নিয়ম নামানি ৰেচন সামগ্ৰী লৈ থকা লোকৰো বাতিল হ’ব ৰেচন কাৰ্ড।