- গুৱাহাটীত CBIৰ অভিযান।
- উৎকোচ দাবী কৰা অভিযোগত IRS বিষয়াসহ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
- CGSTৰ অতিৰিক্ত আয়ুক্ত এম এছ ৰাওক গ্ৰেপ্তাৰ কৰা হৈছে।
- গ্ৰেপ্তাৰ কৰিছে এটা মধ্যভোগী দালালকো।
- IRS বিষয়াজনে ৰে’লৱেৰ ঠিকাৰ বিল আদায়ৰ নামত বিচাৰিছিল ধন।
- দালালৰ জৰিয়তে বিচাৰিছিল ৩ লাখ ৮৩ হাজাৰ টকা।
- প্ৰস্তুত কৰা হৈছিল ৪৮ লাখ ৪৩ হাজাৰ টকাৰ ডিমাণ্ড ড্রাফট।
- ডিব্ৰুগড়ৰ অতিৰিক্ত আয়ুক্তৰ জৰিয়তে তৈয়াৰ কৰা হৈছিল এই বিল।