নিউজ ডেস্কঃ শেহতীয়াকৈ টুইটাইৰত ট্ৰেণ্ডিঙত আছে বিহাৰৰ আইপিএছ বিনয় তিৱাৰী৷ এনকাউণ্টাৰ স্পেচিয়েলিষ্ট বিনয় তিৱাৰী কিয় চৰ্চাৰ বিষয় হৈ পৰিছে৷ এই দক্ষ আৰক্ষী বিষয়াগৰাকীক অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তৰ দায়িত্ব দিয়া হৈছে৷ কিন্তু ঘটনা ইয়াতেই শেষ হোৱা নাই৷
সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা (?)ৰ ঘটনাই অধিক জটিলতাৰ দিশলৈ মোৰ লোৱাৰ লগে লগে বিনয় তিৱাৰীক দায়িত্ব দিয়াৰ লগতে তেওঁক বলপূৰ্বকভাৱে কোৱাৰেণ্টিনত ৰখা হৈছে৷ ফলত সমগ্ৰ ঘটনাটোত ৰহস্য অধিক ঘনীভূত হৈ পৰিছে৷
মহাৰাষ্ট্ৰত সৰ্বত্ৰ বিনয় তিৱাৰীক মুকলি কৰি দিয়াৰ দাবী উত্থাপিত হোৱাৰ লগতে ৰাজ্য চৰকাৰখনৰ প্ৰতিও তীব্ৰ বিষেদগাৰ প্ৰকাশ কৰিছে ৰাজ্যবাসীয়ে৷
চিত্ৰৰ উৎসঃ টুইটাৰ
Mumbai: #KiritSomaiya demands Bihar IPS officers probing #SushantSinghRajput case be released immediately@KiritSomaiya #IPSVinayTiwari #SushantSinghRajputDeathCase https://t.co/evGjvCYLxD
— DNA (@dna) August 3, 2020
IPS Officer Vinay Tiwari Reached Mumbai Today From Patna On Official Duty To Lead The Police Team There But He Has Been Forcibly Quarantined By BMC Officials At 11pm Today.Leave Them And Let Them Do Their Investigation @MumbaiPolice@DGPMaharashtra#IPSVinayTiwari pic.twitter.com/BDD9yayjtl
— Umesh Yadav (@Umeshh_20) August 3, 2020