নিউজ ডেস্কঃ সলনি হ’ল বিটিএডিৰ নাম৷ এতিয়াৰে পৰা বিটিআৰ ৰূপে পৰিচিত হ’ব বিটিএডি৷
এই সন্দৰ্ভত ইতিমধ্যে অনুমোদন দিছে ৰাজ্যপালে৷
বিটিচিৰ সীমান্তত থকা ৫০%অবড়ো লোক থকা গাঁৱৰ লোকে বিটিচিৰ পৰা ওলাই অহাৰ বাবে আবেদন কৰিব পাৰিব।
ইয়াৰ বাবে গঠন হব আয়োগ পি পি বাৰ্মাৰ নেতৃত্বত গঠন হ’ব ৩ জনীয়া কমিটি৷
সদস্য হ’ব ৰাজেশ প্ৰসাদ, জয়ন্ত বাসুমতাৰী, ডালিম বায়নকে ধৰি অনন্য সম্প্ৰদায়ৰ প্ৰতিনিধি৷
আয়োগৰ কাৰ্যকাল হ’ব ৬ মাহ৷ আসনবৃদ্ধি ,সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে চৰকাৰক পৰামৰ্শ দিব আয়োগে৷