Leena Gogoi

Leena Gogoi

গড়ভঙা বনাঞ্চলৰ বেহাৰবাৰীত বন বিভাগৰ উচ্ছেদ অভিযান; ৭ টা ঘৰ উচ্ছেদ

গড়ভঙা বনাঞ্চলৰ বেহাৰবাৰীত বন বিভাগৰ উচ্ছেদ অভিযান; ৭ টা ঘৰ উচ্ছেদ

বেদখলকাৰীক উচ্ছেদ কৰাৰ পাছতো চেগ বুজি গুৱাহাটীৰ পাহাৰ, সংৰক্ষিত বনাঞ্চলত একাংশ বেদখলকাৰীয়ে কৌশলেৰে অব্যাহত ৰাখিছে বেদখল কার্য। আনকি মুখ্যমন্ত্ৰী ডঃ...

লোকমন্থন ২০২২: উদ্ৱোধনী কাৰ্যসূচীৰ বাবে উপস্থিত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

লোকমন্থন ২০২২: উদ্ৱোধনী কাৰ্যসূচীৰ বাবে উপস্থিত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উত্তৰ-পূব ভাৰতৰ পৰম্পৰা সমূহৰ সজাগতাৰ বাবে অনুষ্ঠিত এক বৌদ্ধিক অনুষ্ঠান লোকমন্থনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে ভাৰতৰ...

অট্টালিকাৰ তৃতীয় মহলাৰ পৰা পৰিল ছাত্ৰী! অৱস্থা সংকটজনক

অট্টালিকাৰ তৃতীয় মহলাৰ পৰা পৰিল ছাত্ৰী! অৱস্থা সংকটজনক

মহানগৰীৰ চানমাৰিৰ এটা অট্টালিকাৰ তৃতীয় মহলাৰ পৰা পৰিল এগৰাকী যুৱতী। অট্টালিকাৰ পৰা পৰা যুৱতীগৰাকীৰ নাম নাজৰিন চুলতানা। নাজৰিনৰ অৱস্থা সংকটজনক।  চিকিৎসালয়লৈ...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকক নিলম্বন!

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকক নিলম্বন!

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকক নিলম্বন। পৰীক্ষাৰ ফলাফল ঘোষণা কৰাত বিলম্ব কৰাৰ বাবে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত। স্নাতক শাখাৰ পৰীক্ষাৰ...

হাজাৰ হাজাৰ ভক্তৰ সমাগমৰে মুখৰিত ভীমাশংকৰ দ্বাদশ জ্যোতিলিংগ

হাজাৰ হাজাৰ ভক্তৰ সমাগমৰে মুখৰিত ভীমাশংকৰ দ্বাদশ জ্যোতিলিংগ

ৰাজ্যৰ আন বহু অঞ্চলৰ দৰে গুৱাহাটী মহানগৰীৰ গড়চুকৰ সমীপৰ পামহীস্থিত ডাকিনীবামা পাহাৰত প্ৰাকৃতিক পৰিবেশৰ মাজত থকা ভীমাশংকৰ দ্বাদশ জ্যোতিলিংগত শাওণ...

নাৰী দেহৰ ব্যৱসায় চলোৱাৰ অপৰাধত মেঘালয়ৰ বিজেপি নেতা বাৰ্নাৰ্ড এন মাৰাকক গ্ৰেপ্তাৰ

নাৰী দেহৰ ব্যৱসায় চলোৱাৰ অপৰাধত মেঘালয়ৰ বিজেপি নেতা বাৰ্নাৰ্ড এন মাৰাকক গ্ৰেপ্তাৰ

মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ তুৰাত থকা  ফাৰ্ম হাউচত নাৰী দেহৰ ব্যৱসায় চলোৱাৰ অভিযোগত অভিযুক্ত মেঘালয় বিজেপিৰ উপ-সভাপতি বাৰ্নাৰ্ড এন মাৰাকক...

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ মেষ ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শাৰীৰিক দিশত মধ্যম কাৰক হ’ব। মনৰ সুখ -শান্তি থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত অতি শুভ।...

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ মেষ ৰাশিৰ জাতক-জাতিকাৰ আজি শৰীৰৰ কিছু সুস্থতাৰ যোগ। পৰিয়ালৰ বাবে মনৰ অশান্তি বৃদ্ধি হ’ব পাৰে। প্রেম-প্রীতিত মধ্যমীয়া। শিক্ষাৰ্থীৰ প্রতিযোগিতাৰ...

নিৰ্বিচাৰ গুলীচালনাত থিতাতে নিহত ৬ জন, আহত ২০!

নিৰ্বিচাৰ গুলীচালনাত থিতাতে নিহত ৬ জন, আহত ২০!

মাৰ্কিন যুক্তৰাষ্ট্রৰ চিকাগোত অস্ত্রধাৰীৰ গুলীচালনা। বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাত থিতাতে নিহত ৬ জন। সোমবাৰ সংঘটিত হয় এই ঘটনা। নিৰ্বিচাৰ গুলীচালনাত আহত...

Page 1 of 6 1 2 6