নিউজ ডেস্ক

নিউজ ডেস্ক

সৰ্বানন্দ সোণোৱালক অন্য এক গুৰু দায়িত্ব

সৰ্বানন্দ সোণোৱালক অন্য এক গুৰু দায়িত্ব

'অসমৰ হীৰা' সৰ্বানন্দ সোণোৱালক দিল্লীলৈ ওভোতাই নি কেবিনেট মন্ত্ৰিত্বৰ লগতে আন এক গুৰু দায়িত্ব অৰ্পণ কৰিছে বিজেপি নেতৃত্বই।এইবাৰ নৰেন্দ্ৰ মোডী...

সোনকালেই ক’ভেক্সিনে পাব আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

সোনকালেই ক’ভেক্সিনে পাব আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

আগন্তক ৪ ৰ পৰা ৬ সপ্তাহৰ ভিতৰত ভাৰতীয় ক'ভেক্সিনে সমগ্ৰ বিশ্বত জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন লাভ কৰাৰ সম্ভাৱনা আছে। বিশ্ব স্বাস্থ্য...

উদ্বিগ্ন প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূৱৰ আঠ মুখ্যমন্ত্ৰীৰ সৈতে ভাৰ্চুৱেল বৈঠক

উদ্বিগ্ন প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূৱৰ আঠ মুখ্যমন্ত্ৰীৰ সৈতে ভাৰ্চুৱেল বৈঠক

উত্তৰ পূৰ্বাঞ্চলৰ শেহতীয়া ক'ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। আজি তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে...

akhil gogoi

অখিলৰ ‘এণ্টি’ – এনকাউণ্টাৰ স্থিতিঃ মানৱ অধিকাৰ আয়োগক তদন্তৰ আহ্বান

বিধানসভাত আজি ৰাজ্যত সংঘটিত হৈ থকা সঘন এনকাউণ্টাৰক লৈ সৰৱ হৈ পৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ।তেওঁ অভিযোগ কৰে যে ৰাজ্যত...

১০ জন অখিল গগৈয়েও মোক হৰুৱাব নোৱাৰেঃ ৰূপজ্যোতি কুৰ্মী

১০ জন অখিল গগৈয়েও মোক হৰুৱাব নোৱাৰেঃ ৰূপজ্যোতি কুৰ্মী

মৰিয়নি সমষ্টিৰ পৰা হেনো পুনৰ বিধায়ক হ'ব ৰূপজ্যোতি কুৰ্মী!এই সন্দৰ্ভত আজি আত্মবিশ্বাসী ৰূপজ্যোতিয়ে কয়- - "১০ জন ৰিপুন বৰা, ১০...

অপৰাধীয়ে গুলীয়ালে প্ৰত্যুত্তৰ দিবলৈ বাধ্যঃ এচ পি আনন্দ মিশ্ৰই

অপৰাধীয়ে গুলীয়ালে প্ৰত্যুত্তৰ দিবলৈ বাধ্যঃ এচ পি আনন্দ মিশ্ৰই

জোৱান সকলে মৰিবলৈ আৰক্ষীত যোগদান কৰা নাই আৰু অপৰাধীয়ে গুলীয়ালে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলৈ বাধ্য, এই মন্তব্য আগবঢ়ালে নগাঁৱৰ আৰক্ষী অধীক্ষক...

H8 Fact Check: কানাডাৰ বনজুইৰ নামত ভাইৰেল হোৱা ছৱি ভুৱা।

H8 Fact Check: কানাডাৰ বনজুইৰ নামত ভাইৰেল হোৱা ছৱি ভুৱা।

শেহতীয়াভাৱে বনজুইৰ এখনি আলোকচিত্ৰ বিভিন্ন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বহুতে দাবী কৰিছে যে ছৱিখনত সেয়া কানাডাৰ শেহতীয়া বনজুই দেখা...

আৰক্ষীত নিযুক্তি, নতুন বেটেলিয়ন গঠন – বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰীৰ

আৰক্ষীত নিযুক্তি, নতুন বেটেলিয়ন গঠন – বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰীৰ

প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যত এক লাখ নিবনুৱাক সংস্থাপন প্ৰদানৰ দিশে আগবাঢ়িছে অসম চৰকাৰ। সেইমৰ্মেই আৰক্ষী বাহিনীত হ'ব বৃহৎ নিযুক্তি। অসমৰ বিভিন্ন...

হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিলে গো সুৰক্ষা বিধেয়ক ২০২১

হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিলে গো সুৰক্ষা বিধেয়ক ২০২১

গো ধনৰ সুৰক্ষাৰ অৰ্থে কাৰ্যভাৰ গ্ৰহণৰ দিনৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ তৎপৰতা প্ৰদৰ্শন কৰি আহিছে।বিজেপি দলেও নিৰ্বাচনী প্ৰচাৰৰ...

Page 659 of 660 1 658 659 660