• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

লাডাখ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত এয়াৰটেল হাই স্পীড ব্ৰডবেণ্ড সেৱা আৰম্ভ

নিউজ ডেস্ক by নিউজ ডেস্ক
June 17, 2022
in ব্যৱসায়, প্ৰযুক্তি, ৰাষ্ট্ৰীয়
1 min read
0
লাডাখ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত এয়াৰটেল হাই স্পীড ব্ৰডবেণ্ড সেৱা আৰম্ভ
Share on FacebookShare on Twitter

ভাৰতৰ মুখ্য যোগাযোগ সমাধান প্ৰদানকাৰী ভাৰতী এয়াৰটেল (এয়াৰটেল)-এ অলপতো লাডাখ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত এয়াৰটেল এক্সষ্ট্ৰীম ফাইবাৰৰ ফাইবাৰ-টু-দ্য-হোম (এফটিটিএইচ) ব্ৰডবেণ্ড সেৱা মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ সৈতে এয়াৰটেল হৈ পৰিছে প্ৰথম ব্যক্তিগত আইএছপি, যিয়ে দূৰৱৰ্তী অঞ্চলবোৰৰ গ্ৰাহকক এফটিটিএইচ ব্ৰডবেণ্ডৰ ডাটা চুপাৰহাইৱেৰ সৈতে হাই স্পীড সংযোগৰ ডিজিটেল প্ৰৱেশাধিকাৰ (access) প্ৰদান কৰিছে।

এই সন্দৰ্ভত ভাৰত চৰকাৰৰ টেলিকম বিভাগৰ সচিব কে ৰাজাৰমণ (K. Rajaraman) কয়; “লাডাখ আৰু আন্দামান আৰু নিকোবৰত এফটিটিএইচ সেৱা আৰম্ভ কৰাৰ বাবে আমি এয়াৰটেলক অভিনন্দন জনাইছো। দেশৰ প্ৰধানমন্ত্ৰীয়ে বিগত বৰ্ষত ডিজিটেল ইণ্ডিয়াৰ আধাৰ হিচাপে লৈ চেন্নাই আৰু পোৰ্ট ব্লেয়াৰৰ মাজত হাই স্পীড ডাটা সংযোগ অনাৰ বাবে
সাগৰৰ তলৰে কেবল সংযোগৰ শুভাৰম্ভ কৰিছিল। অঞ্চলটোৰ নাগৰিকসকলক হাই স্পীড ব্ৰডবেণ্ডৰ সুবিধা দিবলৈ এয়াৰটেলৰ দৰে ব্যক্তিগত অপাৰেটৰৰ পদক্ষেপটো উৎসাহজনক।”

আনহাতে, এই সন্দৰ্ভত ভাৰতী এয়াৰটেলৰ ব্ৰডবেণ্ড ব্যৱসায়ৰ মুখ্য কাৰ্যবাহী বিষয়া বীৰ ইন্দৰ নাথে (Vir Inder Nath) কয়; ” এই অঞ্চলবোৰলৈ এয়াৰটেল এক্সষ্ট্ৰীমৰ উচ্চ মানদণ্ডৰ ব্ৰডবেণ্ড সেৱা আগবঢ়াই আমি আনন্দিত। মহামাৰীৰ পিছৰ হাই স্পীড ব্ৰডবেণ্ডৰ চাহিদা বৃদ্ধি পাইছে, বিশেষকৈ ঘৰতে বহি কাম কৰাৰ বাবে, অনলাইন শিক্ষণৰ লগতে অনলাইন মনোৰঞ্জনৰ। এয়াৰটেলে এই গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ অধিক বিনিয়োগ কৰি আছে আৰু আগন্তুক তিনি বছৰত সমগ্ৰ দেশৰ ২০০০খন চহৰলৈ এফটিটিএইচ উপস্থিতি আগবঢ়ালৈ সাজু হৈছে।” এয়াৰটেল এক্সষ্ট্ৰীম ফাইবাৰৰ হাই স্পীড ব্ৰডবেণ্ড বৰ্তমান লাডাখৰ লেহ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পোৰ্ট ব্লেয়াৰ গ্ৰাহকসকলৰ বাবে উপলব্ধ। কোম্পানীটোৱে আগন্তুক মাহবোৰত অঞ্চলসমূহ অন্যান্য মুখ্য স্থানলৈ সেৱাটো সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

চৰকাৰী বন্ধৰ তালিকাত সামান্য সাল-সলনি!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
Next Post
চৰকাৰী বন্ধৰ তালিকাত সামান্য সাল-সলনি!

চৰকাৰী বন্ধৰ তালিকাত সামান্য সাল-সলনি!

আজি শতায়ু গৰকিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেনে

আজি শতায়ু গৰকিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেনে

ভূতৰ ওপৰত দানহঃ এইবাৰ মেঘালয়েও এৰিব পানী!

ভূতৰ ওপৰত দানহঃ এইবাৰ মেঘালয়েও এৰিব পানী!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8