• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বানপীড়িত গ্ৰাহকলৈ এয়াৰটেলে আগবঢ়াইছে আনলিমিটেড কলিং-ডাটা

নিউজ ডেস্ক by নিউজ ডেস্ক
May 24, 2022
in ব্যৱসায়, অসম
1 min read
0
বানপীড়িত গ্ৰাহকলৈ এয়াৰটেলে আগবঢ়াইছে আনলিমিটেড কলিং-ডাটা
Share on FacebookShare on Twitter

অসম তথা উত্তৰ পূব ভাৰতত হোৱা মুষলধাৰ বৰষুণ আৰু ইয়াৰ ফলত সৃষ্টি হোৱা বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ যোগাযোগৰ সুবিধা নিশ্চিত কৰাৰ বাবে এয়াৰটেলে তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে আগবঢ়াইছে আনলিমিটেড কলিং আৰু ডাটা লাভালাভৰ সুবিধা। এয়াৰটেলে ডিমা হাচাও, কাৰ্বি আংলং, উত্তৰ কাচাৰ হিলছ আৰু কাচাৰৰ বৰষুণ- বানত প্ৰভাৱিত তেওঁলোকৰ মোবাইল গ্ৰাহকৰ বাবে আগন্তুক ৫ দিনৰ বাবে বিনামূলীয়া আনলিমিটেড কল আৰু ২ জিবি ডাটা লাভৰ সুবিধাৰ কথা নিশ্চিত কৰিছে। ইয়াৰ ফলত বৰষুণ আৰু বানত প্ৰভাৱিত লোকসকলে তেওঁলোকৰ আত্মীয়ৰ সৈতে অনলাইনত সংযুক্ত হৈ থাকিব পাৰিব।
এয়াৰটেলে তেওঁলোকৰ নেটৱৰ্ক নিৰীক্ষণ কৰিবলৈ ৱাৰ ৰুম স্থাপন কৰিছে আৰু যিকোনো ব্ৰেকডাউনৰ বাবে স্পেয়াৰ মজুত কৰি ৰাখিছে। কোম্পানীটোৱে সাম্প্ৰতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যুৎ কৰ্তন ছাইটবোৰৰ বাবে বেটাৰীৰ ক্ষমতা উন্নত কৰিছে। লগতে ক্ষতিগ্ৰস্ত অঞ্চলবোৰত তাৎক্ষণিক মেৰামতিৰ বাবে অস্থায়ী দ্ৰুত নিয়োজনৰ ব্যৱস্থা কৰিছে।
অহা কেইদিনমানৰ ভিতৰত অসমত বাৰিষা পৰিব বুলি আশা কৰা হৈছে।

আগন্তুক সময়ছোৱাত হ’বলগীয়া বৰষুণ আৰু বানপানীৰ প্ৰতি লক্ষ্য ৰাখি এয়াৰটেলে অসম তথা উত্তৰ-পূব ভাৰতৰ ১৪.৬ নিযুতৰো অধিক গ্ৰাহকক মোবাইল নেটৱৰ্কৰ সৈতে বৰ্তাই ৰাখিবলৈ বিশেষ ইনফ্ৰা দল গঠন কৰিছে। বানপীড়িত অঞ্চলসমূহত নেটৱৰ্ক সংযোগ স্বাভাৱিক কৰিবলৈ এয়াৰটেল নেটৱৰ্ক দলে অতিৰিক্ত সময় কাম কৰি আছে।

Previous Post

১ শতাংশ কমিছন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ স্বাস্থ্যমন্ত্ৰী!

Next Post

আলফা(স্বা)ত যোগদান ১২ যুৱকৰ!

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
আলফা(স্বা)ত যোগদান ১২ যুৱকৰ!

আলফা(স্বা)ত যোগদান ১২ যুৱকৰ!

HDFC বেংকৰ বিটুবি ফাৰ্মা মাৰ্কেটপ্লেছ ৰিটেইলিঅ’ৰে অংশীদাৰিত্বৰে কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড মুকলি

HDFC বেংকৰ বিটুবি ফাৰ্মা মাৰ্কেটপ্লেছ ৰিটেইলিঅ’ৰে অংশীদাৰিত্বৰে কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড মুকলি

সুখবৰঃ আপোনাৰো থাকিব পাৰে নাম, তালিকাখন চাওক

সুখবৰঃ আপোনাৰো থাকিব পাৰে নাম, তালিকাখন চাওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8