• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অন্নপূৰ্ণা গ্ৰুপে মুকলি কৰে ভিজন ২০২৫

নিউজ ডেস্ক by নিউজ ডেস্ক
October 22, 2022
in ব্যৱসায়, অসম, ৰাষ্ট্ৰীয়
1 min read
0
অন্নপূৰ্ণা গ্ৰুপে মুকলি কৰে ভিজন ২০২৫
Share on FacebookShare on Twitter

উত্তৰ-পূব ভাৰতৰ বজাৰত সমাদৰ লাভ কৰা গুৱাহাটীস্থিত এফএমচিজি প্ৰমুখ অন্নপূৰ্ণা গ্ৰুপে পশ্চিম বংগত তেওঁলোকৰ গুৰুত্বপূৰ্ণ উপস্থিতি টনকিয়াল কৰিবলৈ চেষ্টা চলাই থকাৰ লগতে পৰ্যায়ক্ৰমে ৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ আৰু যিবোৰ ৰাজ্যত তেওঁলোক উপস্থিত আছে, সেইবোৰত বজাৰৰ অংশীদাৰিত্ব বৃদ্ধিৰ লক্ষ্য ৰাখিছে।

অন্নপূৰ্ণা গ্রুপৰ গুৱাহাটী (মুখ্য কাৰ্যালয়), শিলিগুৰি আৰু কলকাতাত বৰ্তমান ৯০০ জনৰো অধিক পূৰ্ণ-সময়ৰ কৰ্মচাৰীয়ে কাম কৰি আছে আৰু দুগ্ধজাত, হেলথ ড্ৰিংক, ফ্ৰুট ড্ৰিংক, জুছ আৰু কৃষি-আধাৰিত সামগ্ৰীৰ দৰে এই পাঁচটা সমৃদ্ধ শ্ৰেণীৰ খাদ্যৰ প্ৰমুখৰূপে পৰিচিত এই গ্ৰুপে গ্ৰাহকক ক্ৰছ শাখাত গ্ৰাহকৰ সন্তুষ্টিৰ বাবে পৰম্পৰাগত আৰু আধুনিক ধাৰাৰ এক সন্মিলিত সংমিশ্রণ সামগ্ৰী বজাৰত মুকলি কৰি দিছে। ইতিমধ্যে ডায়েৰী শ্ৰেণী (Diary category)ৰ বজাৰত তেওঁলোকে গ্ৰাহকৰ ব্যাপক সমাদৰ লাভ কৰিছে আৰু তেওঁলোকৰ সামগ্ৰীবোৰৰ ভিতৰত লক্ষণীয় হৈছে অন্নপূৰ্ণা ঘিউ। ফাণ্ডাজ ফ্ৰুট ড্ৰিংকৰো উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰত মুখ্য উপস্থিতি আছে আৰু তেওঁলোকৰ নেমুৰ প্ৰকাৰটো (Lemon variant)হৈছে এই বজাৰৰ প্ৰতিষ্ঠিত মেগা ব্ৰেণ্ড। তেওঁলোকৰ আন ব্ৰেণ্ডবোৰৰ ভিতৰত আছে স্প্ৰিণ্ট (পেকেটযুক্ত খোৱা পানী আৰু ক্লাব চডা), ডিপটিপচ (চছ, স্প্ৰেড আৰু মছলা), ৱাণ্ডাৰগ্ৰাভি (এক তৈয়াৰী-ৰন্ধন সামগ্ৰী, যাৰ দ্বাৰা মাত্ৰ ১০ মিনিটত এটা সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰিব পাৰি), আচাৰ জাতীয় (Pickles), URBAN.ORNG (প্ৰাকৃতিকভাৱে চেপি ধৰা কমলা পানীয়), URBAN.HARVST (খাদ্যশস্য, মাহজাতীয় শস্য আৰু মচলা) আৰু কেফে ডেইৰী (লাচি, বাটাৰমিল্ক, ফ্লেভাৰ্ড মিল্ক আৰু মিল্ক শ্বেক)।
৩০০ কোটি টকাৰ এই গ্রুপে অধিক সময় গৱেষণা আৰু বিকাশৰ ওপৰত কেন্দ্ৰীভূত কৰিছে আৰু তেওঁলোকে গ্রুপটো সম্প্ৰসাৰণৰ বাবে ২০২৫ চনৰ ভিতৰত নতুন বজাৰ, নতুন সামগ্ৰী বিকাশ আৰু বিপণন প্ৰচেষ্টাত (marketing initiatives) ৩০০ কোটি টকা বিনিয়োগ কৰিবলৈ আগবাঢ়িছে। ইয়াৰ ভিতৰত, উত্তৰ-পূবৰ বজাৰৰ বাবে নিৰ্ধাৰিত বিনিয়োগৰ পৰিমাণ হৈছে ১০০ কোটি টকা। এই সন্দৰ্ভত অন্নপূৰ্ণা গ্ৰুপৰ মেনেজিং ডাইৰেক্টৰ শ্ৰীযুত সুবীৰ ঘোষে কয়; ” উত্তৰ-পূৰ্বাঞ্চলত আমাৰ উপস্থিতি শক্তিশালী কৰাৰ পিছত আমি আমাৰ উপস্থিতি পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশাত উপস্থিতি আৰু বজাৰৰ অংশীদাৰিত্ব বৃদ্ধি কৰিব বিচাৰিছোঁ। আমি সোনকালেই আমাৰ কেইবাটাও সামগ্ৰী বজাৰত মুকলি কৰিম। ইয়াৰ ভিতৰত আছে জুছ, চছ আৰু ডিপছ (Dips)। এই সকলোবোৰৰ সৈতে অন্নপূৰ্ণাৰ অৰ্থ হৈছে বিশুদ্ধতাৰ ভাল সোৱাদ আৰু ট্ৰেডমাৰ্ক নিশ্চয়তা। ২০২৫ চনৰ ভিতৰত, আমি পৰিকল্পনা কৰিছো ভাৰতৰ সকলো ভৌগোলিক স্থানত আমাৰ উপস্থিতি নিশ্চিত কৰাটো। ৰপ্তানিৰ ক্ষেত্ৰতো গুৰুত্ব দি থকা হৈছে। নতুন শ্ৰেণীৰ সামগ্ৰীবোৰো গ্ৰাহকৰ সোৱাদ আৰু পছন্দৰ দিশত জনপ্ৰিয় হোৱাৰ বাবে আগবাঢ়ি আছে।
কোম্পানীটোৰ ফ্লেগশ্বিপ সামগ্ৰী অন্নপূৰ্ণা ঘিউৰ গ্ৰাহকৰ মাজত যথেষ্ট জনপ্ৰিয়। ই দৃঢ়ভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰত জনপ্ৰিয় হৈ আছে আৰু দ্ৰুতগতিত পশ্চিম বংগৰ মাৰ্কেট শ্বেয়াৰ লাভ কৰি আছে। বৰ্তমান ই সমগ্ৰ ভাৰতৰ গ্ৰাহকসকলৰ বাবে ই-কমাৰ্চ ছাইটৰ জৰিয়তে উপলব্ধ হৈছে।
কোম্পানীটোৱে বিভিন্ন ধৰণৰ চছ, মছলা আৰু ডিপ্টিপচ ষ্টেটছ পুনৰ মুকলি কৰাৰ প্ৰক্ৰিয়াত আছে। ইয়াৰ বাবে এটা সৰল কিন্তু আকৰ্ষণীয় বিজ্ঞাপন আৰু সামাজিক মাধ্যমৰ সৈতে গ্ৰাহকৰ সঁহাৰি লাভ কৰিবলৈ প্ৰচাৰ চলাব। বৰ্তমান তেওঁলোকৰ সামগ্ৰী উপলব্ধ হৈ আছে ভাৰতৰ পূব অঞ্চলৰ ১২ খন ৰাজ্যত।কোম্পানীটোৱে এতিয়া এনচিআৰত প্ৰৱেশ কৰিব, পৰৱৰ্তী ১২-১৮ মাহৰ ভিতৰত মধ্য প্ৰদেশ, ছত্তিশগড়, কৰ্ণাটক আৰু হায়দৰাবাদত প্ৰৱেশ কৰিব।

Previous Post

সংকটজনক অৱস্থাত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা

Next Post

সূৰ্য্য চিমেন্টে দীপান্বিতাৰ বতৰত অনাথ ছাত্র-ছাত্ৰী আৰু দুৰ্গতসকললৈ আনিছে আনন্দৰ বতৰা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
সূৰ্য্য চিমেন্টে দীপান্বিতাৰ বতৰত অনাথ ছাত্র-ছাত্ৰী আৰু দুৰ্গতসকললৈ আনিছে আনন্দৰ বতৰা

সূৰ্য্য চিমেন্টে দীপান্বিতাৰ বতৰত অনাথ ছাত্র-ছাত্ৰী আৰু দুৰ্গতসকললৈ আনিছে আনন্দৰ বতৰা

‘HDFC বেংক ভাৰতৰ SME আৰু ডাইভাৰচিটি এণ্ড ইনক্লুচনত মাৰ্কেট লিডাৰ’

'HDFC বেংক ভাৰতৰ SME আৰু ডাইভাৰচিটি এণ্ড ইনক্লুচনত মাৰ্কেট লিডাৰ'

পূৰ্বাঞ্চল চিমেন্ট লিমিটেডৰ নৱনিযুক্ত পৰিচালন সঞ্চালক বেদান্ত আগৰৱাল

পূৰ্বাঞ্চল চিমেন্ট লিমিটেডৰ নৱনিযুক্ত পৰিচালন সঞ্চালক বেদান্ত আগৰৱাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8