• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

প্ৰগতি ময়দানত অনুষ্ঠিত হ’ব এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনী

নিউজ ডেস্ক by নিউজ ডেস্ক
January 17, 2023
in ব্যৱসায়, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
প্ৰগতি ময়দানত অনুষ্ঠিত হ’ব এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনী
Share on FacebookShare on Twitter

প্লাষ্টিক ক্ষেত্ৰৰ উৎকৃষ্টতাৰ প্ৰসাৰৰ বাবে নিয়োজিত আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত সংস্থা প্লাষ্টিণ্ডিয়া ফাউণ্ডেচনে আন্তঃৰাষ্ট্ৰীয় প্লাষ্টিক প্ৰদৰ্শনী, সন্মিলন, আৰু অধিৱেশন – “PLASTINDIA 2023” ৰ একাদশ সংখ্যক সংস্কৰণৰ আয়োজন কৰিবলৈ সাজু হৈছে। নতুন দিল্লীৰ প্ৰগতি ময়দানত পহিলা ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ পাঁচদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনীত সমগ্ৰ বিশ্বৰ ১৮০০ৰো অধিক প্ৰদৰ্শকক একত্ৰিত কৰা হ’ব। ভাৰতৰ বাহিৰেও জাৰ্মানী, অষ্ট্ৰিয়া, জাপান আৰু ছিংগাপুৰ আদি কেইখনমান গুৰুত্বপূৰ্ণ অংশগ্ৰহণকাৰী দেশে ইয়াত ভাগ লব।
উল্লেখযোগ্য যে “PLASTINDIA 2023” য়ে উদ্ভাৱন, বহনক্ষমতা, আৰু বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব, আধুনিক কৌশলৰ সুবিধা প্ৰদান কৰিব যিয়ে ভাৰতত প্লাষ্টিক উদ্যোগৰ বিকাশ বজাই ৰখাত সহায় কৰিব আৰু ভাৰতক বিশ্বজুৰি প্লাষ্টিকৰ বাবে পছন্দৰ উৎসৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰিব। প্ৰদর্শনীত প্ৰদৰ্শকসকলৰ বাবে প্ৰচেছিং, মেচিনেৰী, মল্ড, এণ্ড ডাই, সহায়ক সঁজুলি, প্ৰিন্টিং আৰু পেকেজিং, কেঁচামাল, আৰু বহুতো ক্ষেত্ৰত তেওঁলোকৰ নতুন উদ্ভাৱন প্ৰদৰ্শন কৰাৰ এক উৎকৃষ্ট সুযোগ প্ৰদান কৰিব। এই সন্দৰ্ভত প্লাষ্টিণ্ডিয়া ফাউণ্ডেশ্যনৰ সভাপতি জিগিশ দোষীয়ে কয়, ”আমি PLASTINDIA 2023 উপস্থাপন কৰি আনন্দিত হৈছো। কভিডৰ পাছত সমগ্ৰ বিশ্বৰ প্লাষ্টিক উদ্যোগৰ প্ৰফেচনেলসকলে প্লাষ্টিক আৰু পলিমাৰ উদ্যোগৰ বাবে ভৱিষ্যতৰ দৃষ্টিভংগী আৰু সমাধানৰ পুনৰ উপস্থাপন কৰাৰ সুযোগ পাব। এই মেগা প্ৰদৰ্শনীখনে বৰ্তমানলৈকে আটাইতকৈ ডাঙৰ প্ৰদৰ্শনী হ’ব আৰু ইয়াৰ দ্বাৰা বিশ্বব্যাপী প্লাষ্টিক জগতৰ অন্যতম বৃহৎ বিশুদ্ধ প্লাষ্টিক প্ৰদৰ্শনী হিচাপে নিজৰ স্থান সুদৃঢ় কৰাৰ আশা কৰা হৈছে।

Previous Post

কাজিৰঙাত হাতত ঝাড়ু লৈ জাবৰ চাফা কৰিলে মন্ত্ৰী অতুল বৰাই!

Next Post

অসমখন আৰু ভাগ কৰিলে অস্তিত্বই নাথাকিবঃ জুবিন গাৰ্গ

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
৫০ বছৰীয়া হ’ল অসমবাসীৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ

অসমখন আৰু ভাগ কৰিলে অস্তিত্বই নাথাকিবঃ জুবিন গাৰ্গ

১৮ জানুৱাৰীৰ পৰা চান্দমাৰীত আয়োজিত হ’ব আজাদী কা অমৃত মহোৎসৱ

১৮ জানুৱাৰীৰ পৰা চান্দমাৰীত আয়োজিত হ’ব আজাদী কা অমৃত মহোৎসৱ

মাষ্টাৰকাৰ্ডে ঘোষণা কৰিলে ফ্লেগশ্বিপ গাৰ্লচ4টেক™ ৰ নতুন কাৰ্যসূচী

মাষ্টাৰকাৰ্ডে ঘোষণা কৰিলে ফ্লেগশ্বিপ গাৰ্লচ4টেক™ ৰ নতুন কাৰ্যসূচী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8