• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসম এগ্ৰিবিজনেছ গ্ৰ’থ লেবে আগবঢ়াইছে আকৰ্ষণীয় বিনিয়োগৰ সম্ভাৱনা

নিউজ ডেস্ক by নিউজ ডেস্ক
June 10, 2022
in ব্যৱসায়, অসম, ৰাষ্ট্ৰীয়
1 min read
0
অসম এগ্ৰিবিজনেছ গ্ৰ’থ লেবে আগবঢ়াইছে আকৰ্ষণীয় বিনিয়োগৰ সম্ভাৱনা
Share on FacebookShare on Twitter

এপাৰ্ট (APART)ৰ নেতৃত্ব আৰু IIM আহমেদাবাদৰ প্ৰয়োগশালা CIIECO’ৰ সহযোগত অসম এগ্ৰিবিজনেছ গ্ৰ’থ লেবে (AAGL)এ সফলতাৰে “পিটছিং আৰু ডেম’ ডে” সম্পন্ন কৰিছে। “ডেম’ ডে” বা প্ৰদৰ্শনীৰ এই প্ৰাৰম্ভিক দিনটোত অংশীদাৰ, চৰকাৰী এজেন্সি, বিত্তীয় প্ৰতিষ্ঠানসমূহ, বিনিয়োগকাৰী আৰু বিশেষকৈ অসম এগ্ৰিবিজনেছ গ্ৰ’থ লেবৰ লগত জড়িত ব্যক্তিসকল উপস্থিত আছিল।
এপাৰ্টৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক ডা০ আশিষ ভূটানী এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ উপৰিও উদ্যোগজগতৰ লগত জড়িত অনুষ্ঠানসমূহ যেনে জিলা উদ্যোগ কেন্দ্ৰ, নেডফি, এন আৰ এল, নাবাৰ্ড, এইচ ডি এফ চি বেংক, নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক, চি আই আই, ফাইনাৰ (FINER), চেলক’ (SELCO) ফাউণ্ডেচন, মীন বিভাগ, কৃষি বিভাগ, এৰিয়াজ (ARIAS) চচাইটি, ৱাৰ্ল্ড ভেজ, ৱাৰ্ল্ড ফিছ, আই আৰ আৰ আইৰ কেইবাজনো বিশিষ্ট বিষয়া উপস্থিত আছিল। ছি ছি এছ পি এলৰ লগত অংশীদাৰিত্বত চি আই আই ই. চি অ’ই যোৱা ৩০ জুন ২০২১ তাৰিখে মুকলি কৰা এই একছিলাৰেশ্বন কাৰ্য্যসূচী অসমত ৰূপায়ন কৰি আছে।
অনুষ্ঠানত ডা০ ভূটানীয়ে কয় যে, অসম চৰকাৰ ৰাজ্যখনত কৃষি উদ্যমিতাৰ বাবে এক সক্ৰিয় পৰিবেশ গঢ়ি তোলাৰ প্ৰতি বদ্ধপৰিকৰ আৰু সেয়েহে, এপাৰ্টে অসম এগ্ৰিবিজনেছ গ্ৰ’থ লেব কাৰ্য্যসূচীৰ দ্বাৰা ৰাজ্যখনৰ কৃষি প্ৰক্ৰিয়াকৰণ খণ্ডত উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ দিশত কাম কৰি আছে। এপাৰ্টে ৰাজ্যখনৰ কৃষিক্ষেত্ৰৰ উদ্যোগীসকলক এই উন্নয়নৰ নেতৃত্ব দিবলৈ উৎসাহ প্ৰদান কৰি আহিছে। এনে এক গুৰুত্বপূৰ্ণ কাৰ্য্যসূচী ৰূপায়নৰ বাবে তেওঁ চি আই আই ই. চি অ’ৰ প্ৰয়াসৰ শলাগ লয়।
অনুষ্ঠানত চি আই আই ই. চি অ’ৰ অংশীদাৰ আৰু ষ্টাৰ্ট-আপৱেচিচৰ মুখ্য কাৰ্য্যবাহী বিষয়া চিন্তন বক্সীয়ে এ এ জি এল কেৱল অসমৰ কৃষি ভিত্তিক উদ্যোগ খণ্ডত উন্নয়নৰ অৰ্থে হাতত লোৱা এক অভূতপূৰ্ব কাৰ্য্যসূচী নহয় ই দেশৰ কৃষিখণ্ড আৰু এম এছ এম ই ক্ষেত্ৰৰ উন্নয়নৰ দিশতো এক পথ প্ৰদৰ্শক হ’ব বুলি কয়। চি আই আই ই. চি অ’ৰ ষ্টাৰ্ট-আপ প্ৰয়োগশালা আৰু উদ্যমিতা ত্বৰান্বিতকৰণৰ বিষয়ত থকা ইয়াৰ পাৰদৰ্শিতাৰ দ্বাৰা ব্যৱসায়িক পৰামৰ্শ প্ৰদান, মূলধন আহৰণ আৰু বিপণনৰ বাবে বজাৰৰ ব্যৱস্থা আদি বিষয়ত অসমৰ কৃষি খণ্ডৰ উদ্যোগীসকলক সহায়তা আগবঢ়াব।

অনুষ্ঠানৰ শেষত অংশগ্ৰহণকাৰীসকলে ALGLৰ উদ্যোগীসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহৰ প্ৰদৰ্শনী দৰ্শন কৰে। সকলো অংশীদাৰে অসমৰ কৃষি ব্যৱসায় পৰিবেশৰ উন্নয়নৰ দিশত আগবঢ়োৱা বৰঙণিৰ বাবে এপাৰ্টৰ ভূয়সী প্ৰসংশা কৰে আৰু ALGLৰ প্ৰতি অভিনন্দন জ্ঞাপন কৰে।

Previous Post

পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ মৃত্যু!

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

তেজপুৰত আজি অসম চৰকাৰৰ কেবিনেট বৈঠক, বহু গুৰুত্বপূৰ্ণ ঘোষণাৰ সম্ভাৱনা

তেজপুৰত আজি অসম চৰকাৰৰ কেবিনেট বৈঠক, বহু গুৰুত্বপূৰ্ণ ঘোষণাৰ সম্ভাৱনা

মাজুলী, জালুকবাৰী সহ ১২৬টা সমষ্টিত বিধায়ক পুঁজিৰ ওপৰত তদন্ত হ’ব লাগেঃ ৰূপজ্যোতি কুৰ্মী

মাজুলী, জালুকবাৰী সহ ১২৬টা সমষ্টিত বিধায়ক পুঁজিৰ ওপৰত তদন্ত হ’ব লাগেঃ ৰূপজ্যোতি কুৰ্মী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8