• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসমৰ গামোচাই লাভ কৰিলে GI টেগৰ স্বীকৃতি

৪৩২ লৈ বৃদ্ধি হ’ল পঞ্জীকৃত ভৌগোলিক সংকেতৰ (GI) মুঠ সংখ্যা

নিউজ ডেস্ক by নিউজ ডেস্ক
December 15, 2022
in ব্যৱসায়, অসম
1 min read
0
অসমৰ গামোচাই লাভ কৰিলে GI টেগৰ স্বীকৃতি
Share on FacebookShare on Twitter

বৈচিত্ৰপূৰ্ণ ভাৰতীয় সংস্কৃতিত বহু প্ৰজন্ম ধৰি আয়ত্ত হৈ আহিছে বিভিন্ন কলা আৰু কাৰুশিল্পৰ দক্ষতা। জিআই-ৰ বৰ্তমানৰ সংগ্ৰহত নতুনকৈ যোগ হ’ল ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৯ বিধ সামগ্ৰী যেনে অসমৰ গামোচা, তেলেংগানাৰ তাণ্ডুৰ ৰেডগ্ৰাম, লাডাখৰ ৰক্তছেকাৰ্পো এপ্ৰিকট, মহাৰাষ্ট্ৰৰ আলিবাগ বগা পিঁয়াজ ইত্যাদি। ইয়াকে ধৰি ভাৰতৰ মুঠ জিআই টেগত পঞ্জীকৃত সামগ্ৰীৰ সংখ্যা হৈছে ৪৩২ টা। সৰ্বাধিক সংখ্যক জিআই থকা শীৰ্ষৰ ৫ খন ৰাজ্য হৈছে কৰ্ণাটক, তামিলনাডু, উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু কেৰালা। শেহতীয়াকৈ, চৰকাৰে সজাগতা কাৰ্যসূচীত প্ৰচাৰৰ উদ্দেশ্যে ৩ বছৰৰ বাবে ৭৫ কোটি টকা ব্যয়ৰ অনুমোদন প্ৰদান কৰি জিআই-ৰ প্ৰচাৰত সমৰ্থন জনাইছে।

DPIIT য়ে বিভিন্ন অংশীদাৰৰ সহযোগত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে য’ত বিশেষ GI সামগ্ৰীয়ে ভাৰতীয় পৰম্পৰা, সংস্কৃতি আৰু উদ্যোগী কাৰ্যকলাপবোৰ একেখন মঞ্চতে উপৱিষ্ট কৰিছে। ইয়াৰ অংশ হিচাপে নতুন দিল্লীৰ ITPO-ত GI পেভিলিয়ন (আহাৰ ২০২২) পাঁচ দিনৰ বাবে (২৬-৩০ এপ্ৰিল ২০২২), ইণ্ডিয়া GI মেলা (২৬-২৮ আগষ্ট ২০২২) ইণ্ডিয়া এক্সপো চেণ্টাৰ আৰু মাৰ্ট, গ্ৰেটাৰ নয়ডাত আয়োজন কৰা হৈছিল। বাৰাণসীৰ বাণিজ্য সুবিধা কেন্দ্ৰত (১৬-২১ অক্টোবৰ ২০২২) এক সাপ্তাহিক GI মহোৎসৱ অনুষ্ঠিত কৰা হৈছিল। IITF ২০২২-ত এক বিশেষ GI পেভিলিয়ন স্থাপন কৰা হৈছিল যাক ITPO-য়ে ১৪-২৭ নৱেম্বৰ ২০২২ তাৰিখত নতুন দিল্লীৰ প্ৰগতি ময়দানত আয়োজন কৰিছিল।
দেশৰ ভিতৰত পাৰস্পৰিক সাংস্কৃতিক সমাজ গঢ়ি তোলাত সহায় কৰি এনে কাৰ্যকলাপে কেৱল ৰাজ্যসমূহৰ মাজত বিভিন্ন সামগ্ৰীৰ স্থানান্তৰক উৎসাহিত কৰাই নহয়, বৰঞ্চ ভৱিষ্যতে এক উন্নত অনুনাদশীল সাংস্কৃতিক সমাজ গঢ়ি তোলাত অৰিহণাও যোগায়।

 

Previous Post

২১ মাহৰ পাছত হ্ৰাস পালে মুদ্ৰাস্ফীতি!

Next Post

ডালমিয়া চিমেণ্টে লাভ কৰিলে NCB আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ ছয়টা বঁটা

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
ডালমিয়া চিমেণ্টে লাভ কৰিলে NCB আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ ছয়টা বঁটা

ডালমিয়া চিমেণ্টে লাভ কৰিলে NCB আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ ছয়টা বঁটা

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ অসম ৰাজ্যিক NSUIৰ উপ-সভাপতি বিকাশ নাথ যোগীৰ

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ অসম ৰাজ্যিক NSUIৰ উপ-সভাপতি বিকাশ নাথ যোগীৰ

শৰাইঘাট সৰোবৰত নিৰ্মাণ হ’ব নেভেল জেট্টি

শৰাইঘাট সৰোবৰত নিৰ্মাণ হ'ব নেভেল জেট্টি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8