• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ডালমিয়া চিমেণ্টৰ উত্তৰ-পূব ভাৰতত ‘DSP হৰ ঘৰ হেপ্পী অফাৰ’ ঘোষণা

নিউজ ডেস্ক by নিউজ ডেস্ক
December 26, 2022
in ব্যৱসায়, ৰাষ্ট্ৰীয়
1 min read
0
ডালমিয়া চিমেণ্টৰ উত্তৰ-পূব ভাৰতত ‘DSP হৰ ঘৰ হেপ্পী অফাৰ’ ঘোষণা
Share on FacebookShare on Twitter

ডালমিয়া চিমেণ্ট (ভাৰত) লিমিটেড (DCBL), এক আগশাৰীৰ ভাৰতীয় চিমেণ্ট আৰু ডালমিয়া ভাৰত লিমিটেডৰ সহায়ক কোম্পানী, ইয়াৰ আকৰ্ষণীয় নতুন ডালমিয়া চিমেণ্ট ‘DSP হৰ ঘৰ হেপ্পী অফাৰ’ গৃহ নিৰ্মাণৰ এক লাভজনক অফাৰ গ্ৰাহকসকলৰ বাবে ঘোষণা কৰিছেl ডালমিয়া চিমেণ্টে ভাৰতীয় পৰম্পৰাৰ সৈতে সম্পৰ্ক ৰাখি নতুন আৰম্ভণি বিশেষকৈ নতুন ঘৰ সৃষ্টি কৰাৰ দৰে গুৰুত্বপূৰ্ণ হ’ব আৰু ইয়াৰ সৈতে শুভকামনা আৰু উপহাৰ ৰখা হৈছে যি গ্ৰাহকসকলৰ মাজত আনন্দ বৃদ্ধি কৰিব। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিযোগিতাখনৰ ভাগ্যৱান গ্ৰাহকসকলে নিশ্চিত পুৰষ্কাৰৰ লগতে গাড়ী, এয়াৰ কণ্ডিচনাৰ আৰু ডাবল ডোৰ ৰেফ্ৰিজেৰেটৰৰ দৰে বাম্পাৰ পুৰস্কাৰ লাভ কৰিব।
ডালমিয়া চিমেণ্ট ‘DSP হৰ ঘৰ হেপ্পী অফাৰ’-এ গ্ৰাহকসকলক ঘৰ নিৰ্মাণ আৰম্ভ কৰিবলৈ উৎসাহিত কৰে কিয়নো ডিচেম্বৰ – মাৰ্চ হৈছে গৃহ নিৰ্মাণৰ বাবে আদৰ্শ ঋতু। DCBLএ ইয়াৰ ৱেবছাইট www.dalmiacement.com আৰু হেল্পলাইন নম্বৰ ১৮০০২০২০ জৰিয়তে প্ৰাক-নিৰ্মাণৰ পৰা নিৰ্মাণোত্তৰ পৰ্যায়লৈকে গৃহ নিৰ্মাণৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশৰ ওপৰত নিৰ্দেশনা প্ৰদান কৰি আছে। ১৫ ডিচেম্বৰ ২০২২ ৰ পৰা ১৫ ফেব্ৰুৱাৰী ২০২৩ লৈ উপভোক্তা প্ৰমো বজাৰত লাইভ (live) হ’ব।
ডালমিয়া চিমেণ্টৰ ‘DSP হৰ ঘৰ হেপ্পী অফাৰ’ সন্দৰ্ভত মন্তব্য কৰি DCBLৰ মুখপাত্ৰ গৰাকীয়ে কয়, “উত্তৰ-পূৰ্বাঞ্চলত DSP হৈছে নিৰ্মাণ গোটআৰু ৰাজ্য জুৰি চেনেল অংশীদাৰৰ এক দৃঢ় নেটৱৰ্কৰ সৈতে পছন্দৰ প্ৰিমিয়াম ব্ৰেণ্ড। এই নতুন অফাৰটোৱে সাম্ভাব্য ক্ৰেতাসকলৰ মাজত ব্ৰেণ্ডটোৰ পছন্দক অধিক মজবুত কৰিব। আমি ডালমিয়া DSPৰ গুৰুত্বপূৰ্ণ বিকাশৰ লক্ষ্য ৰাখিছো, ই সামগ্ৰিক বিক্ৰীত প্ৰিমিয়াম ব্ৰেণ্ডৰ অৱদান বৃদ্ধি কৰাত সহায় কৰিব, আৰু ব্ৰেণ্ডটোৰ বাবে মানদণ্ড উন্নত কৰিব।”
লাকি ড্ৰ পুৰষ্কাৰৰ উপৰিও, DBL এ গ্ৰাহকসকলক এটা ডাফেল বেগ (৭৫ ৰ পৰা ১৯৯ চিমেণ্ট বেগ ক্ৰয় কৰিলে), এটা বেকপেক ( ২০০ ৰ পৰা ৩৪৯ চিমেণ্ট বেগ ক্ৰয় কৰিলে), এখন চিলিং ফেন (৩৫০ ৰ পৰা ৪৯৯ চিমেণ্ট বেগ ক্ৰয় কৰিলে ) আৰু এটা স্মাৰ্টৱাচ ( ৫০০ চিমেণ্ট বেগ বা তাৰ ওপৰত ক্ৰয় কৰিলে) পুৰস্কাৰ প্ৰদান কৰিব। গ্ৰাহকসকলে কৰ্তৃত্বপ্ৰাপ্ত ডিলাৰৰ পৰা ডালমিয়া DSP চিমেণ্ট বেগ ক্ৰয় কৰাৰ পিছত তেওঁলোকৰ নিশ্চিত উপহাৰ দাবী কৰিব পাৰে। অফাৰটোৰ বিষয়ে অধিক বিৱৰণৰ বাবে, গ্ৰাহকসকলে www.dalmiadspoffer.com ৱেবছাইট চাব পাৰে ।

Previous Post

বনভোজলৈ গৈ হাতীৰ আক্ৰমণত কৰুণ মৃত্যু ৰহাৰ এজন যুৱকৰ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন অসুস্থ

ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন অসুস্থ

নৰনাৰায়ণ সেঁতুত দুৰ্ঘটনা, ৫ জনৰ অৱস্থা সংকটজনক

বুঢ়াপাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8