• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নতুন বছৰত আহিছে ডুগডুগীৰ আটক ধুনীয়া গহনা

নিউজ ডেস্ক by নিউজ ডেস্ক
December 12, 2022
in ব্যৱসায়, অসম, সংবাদ
1 min read
0
নতুন বছৰত আহিছে ডুগডুগীৰ আটক ধুনীয়া গহনা
Share on FacebookShare on Twitter

পুৰনি বছৰটিক বিদায় দি নৱবৰ্ষৰ ন- দিগন্তৰ সৈতে অসমৰ সকলোতকৈ জনপ্ৰিয় শুদ্ধ অসমীয়া কেচাসোনৰ বাৱে বিখ্যাত তথা ১২ টাকৈ ৰাষ্ট্ৰীয় – আন্তৰাষ্ট্ৰীয় বটাৰেঁ অসমলৈ গৌৰৱ কঢ়িয়াই অনা একমাত্ৰ জনপ্ৰিয় প্ৰতিষ্ঠান ডুগডুগীয়ে আগবঢ়াইছে চেলিব্ৰেচন অফাৰ ৷ ডুগডুগীৰ স্বতাধিকাৰ লগতে আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন জনপ্ৰিয় জুৱেলাৰী ডিজাইনাৰ উৎপল বনিয়াই জানিবলৈ দিয়া মতে – ডুগডুগীৰ গুৱাহাটী, নগাঁও তেজপুৰ, লক্ষীমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত উপলব্ধ সকলো ধৰনৰ ন-পুৰণি অসমীয়া গহনাৰ ছেটত ১৫ শতাংশলৈকে ৰেহাই মূল্যত দিয়াৰ ব্যৱস্থা হাতত লৈছে৷


তদুপৰি www.dugdugi.in অৰ বেৱছাইডৰ যোগেদিও ভাৰতবৰ্ষৰ যিকোনো ঠাইতে ১৫ শতাংশ ৰেহাই মূল্যত অসমীয়া গহণা ক্ৰয় কৰা সুবিধা সমূহ গ্ৰাহক সকলে লাভ কৰিব পাৰিব ৷তাৰোপৰি বেৱছাইড লগ ইন কৰি মৱাইল এপ প্লেষ্টৰৰ জৰিয়তে ডাউনলোড কৰি ভাল ৰেটিং দিয়া সকলে শ্ব’ৰূমত অতিৰিক্ত ভাৱে ৫ শতাংশ ৰেহাই দিয়া হব৷ লগতে ৬ মাহৰ ভিতৰত দ্বিতীয়বাৰ শ্বপিং কৰিলে সকলো গহনাৰ ছেটত ৫০০ টকা ৰেহাই মূল্যত পোৱা যাব। এই সুবিধাসমূহ অহা ১৪ ডিচেম্বৰৰ পৰা ৫ জানুৱাৰী লৈকে উপলব্ধ হব বুলি প্ৰতিষ্ঠানটোৰ স্বতাধিকাৰ উৎপল বনিয়াই জানিবলৈ দিয়ে ৷ সবিশেষ জনাৰ লগতে বুকিঙৰ সুবিধা লাভ কৰিবলৈ 86389-80982 আৰু 88226-53307 যোগাযোগ কৰিব পাৰিব ৷

Previous Post

বিদেশ ভ্ৰমণকাৰী গ্ৰাহক-পৰ্যটকৰ বাবে সুখবৰ; এয়াৰটেলে মুকলি কৰিলে ‘ৱৰ্ল্ড পাছ’

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

অৰুণাচলৰ ভাৰত-চীন সীমান্তৰ সংঘাতত আহত ৩০ সেনা জোৱান!

অৰুণাচলৰ ভাৰত-চীন সীমান্তৰ সংঘাতত আহত ৩০ সেনা জোৱান!

গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী

বৰপেটাৰ ভেল্লাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন আহত তিনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8