• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

WhatsAppত বিনামূলীয়া ক্ৰেডিট স্কোৰ প্ৰদান এক্সপেৰিয়ান ক্ৰেডিট ব্যুৰোৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
November 16, 2022
in ব্যৱসায়, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
WhatsAppত বিনামূলীয়া ক্ৰেডিট স্কোৰ প্ৰদান এক্সপেৰিয়ান ক্ৰেডিট ব্যুৰোৰ
Share on FacebookShare on Twitter

ডেটা এনালাইটিক্স আৰু ডিচিশ্যনিং কোম্পানীসমূহৰ ভিতৰত অন্যতম আৰু ক্ৰেডিট ইনফৰ্মেশ্যন কোম্পানী (ৰেগুলেচন) আইন, 2005-ৰ অধীনত ভাৰতত অনুজ্ঞাপত্ৰ লাভ কৰা প্ৰথমটো ক্ৰেডিট ব্যুৰো এক্সপেৰিয়ান ইণ্ডিয়াই এনে এটা সেৱা ঘোষণা কৰিছে যি ভাৰতীয় গ্ৰাহকসকলক WhatsAppত তেওঁলোকৰ ক্ৰেডিটস্কোৰ বিনামূলীয়াকৈ পৰীক্ষা কৰিবৰ বাবে সুবিধা কৰি দিছে – ভাৰতৰ কোনো এটা ক্ৰেডিটব্যুৰোৱে প্ৰথমবাৰৰবাবে এনে একসেৱা আগবঢ়াইছে।গ্ৰাহকসকলে এতিয়া তেওঁলোকৰ এক্সপেৰিয়ান ক্ৰেডিট প্ৰতিৱেদন নিয়মিতভাৱে পৰীক্ষা কৰাৰ লগতে তেওঁলোকৰ ক্ৰেডিট পৰ্টফলিঅ’ সহজেই নিৰীক্ষণ কৰিব পাৰিব।

 

এই পদক্ষেপত যিকোনো ঠাইতে, যিকোনো সময়তে কোনো এজনলোকৰ এক্সপেৰিয়ান ক্ৰেডিট প্ৰতিৱেদন লাভ কৰাৰ এক ক্ষিপ্ৰ, নিৰাপদ আৰু সুবিধাজনক উপায় আগবঢ়োৱা হৈছে।গ্ৰাহকসকলে তেওঁলোকৰ এক্সপেৰিয়ান ক্ৰেডিট প্ৰতিৱেদন পৰীক্ষা কৰিব পাৰে, কিবা অনিয়ম হৈছে নেকি তাক লক্ষ্য কৰি থাকিব পাৰে, তৎক্ষণাত জালিয়াতি ধৰা পেলাব পাৰে আৰু তেওঁলোকৰ নিজৰ ক্ৰেডিট প্ৰফাইলৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰাত সক্ষমিত কৰি তেওঁলোকৰ ক্ৰেডিট স্কোৰ পুনৰ প্ৰস্তুত কৰিব পাৰে। ভাৰতত বিশ্বৰ ভিতৰতে WhatsAppৰ সৰ্বাধিক সংখ্যক 487.5 মিলিয়ন ব্যৱহাৰ কৰ্তা আছে – ভাৰতীয় গ্ৰাহকসকলৰ বাবে WhatsApp মেছেজিং সেৱা হৈছে দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ।

এক্সপেৰিয়ান ইণ্ডিয়াৰ কাউন্ট্ৰী মেনেজাৰ নীৰজ ধাৱানে কয় যে, “তথ্য পাতি ভাল কামত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এক্সপেৰিয়ানৰ এই অভিযানত ই হৈছে এক উল্লেখযোগ্য মাইলৰ খুঁটি।আমি বিচাৰোঁ গ্ৰাহকসকলে ঋণৰ তথ্য সহজে লাভ কৰক আৰু ভাৰতত এক শক্তিশালী ঋণ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলক।এনে সেৱা আগবঢ়োৱা ভাৰতৰ প্ৰথমটো ক্ৰেডিট ব্যুৰো হিচাপে, ভাৰতত বিত্তীয় অন্তৰ্ভুক্তিক আগুৱাই নিয়াৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাৰ কথাকেই প্ৰকাশ কৰে। এক্সপেৰিয়ানত, আমি প্ৰতিজন গ্ৰাহকে ন্যায্য আৰু সুলভমূল্যত ঋণৰ সুবিধা লাভ কৰিবৰ বাবে যোগ্য বুলিয়েই বিশ্বাস কৰোঁ। WhatsAppৰ জৰিয়তে বিনামূলীয়াকৈ ক্ৰেডিট স্কোৰ পৰীক্ষা কৰিবলৈ সক্ষম হোৱাৰ জৰিয়তে ভাৰতীয় গ্ৰাহকে তেওঁলোকৰ ক্ৰেডিটৰ তথ্য বাস্তৱ সময়ত লাভ কৰিব পাৰে, যি তেওঁলোকক ক্ৰেডিটৰ তথ্য সমৃদ্ধ সিদ্ধান্ত লোৱাত সহায় কৰিব পাৰে, অলপ অলপকৈ এটা ভাল আৰ্থিক অভ্যাস গঢ়ি তুলিব পাৰে, আৰু এক উত্তম ক্ৰেডিট স্কোৰ বৰ্তাই ৰখাৰ সুবিধাবোৰ উপভোগ কৰিব পাৰে – নিজৰ বিত্তীয় অৱস্থা উন্নত কৰি তোলাৰ ক্ষেত্ৰত তেওঁলোকক সবল কৰি তোলাৰ লগতে তেওঁলোকৰ জীৱনযাত্ৰা সলাই পেলাব পাৰে।”

গ্ৰাহকসকলে কেইটামান সহজ পদক্ষেপ পালন কৰি WhatsAppৰ যোগেদি বিনামূলীয়াকৈ নিজৰ ক্ৰেডিটস্কোৰ পৰীক্ষা কৰিব পাৰিব:
• এক্সপেৰিয়ান ইণ্ডিয়াৰ WhatsApp নম্বৰ +91-9920035444 লৈ ‘Hey’ লিখি প্ৰেৰণ কৰক নাইবা পৰিদৰ্শন কৰক :https://wa.me/message/LBKHANJQNOUKF1
• OR Scan Barcode
• কেইটামান সাধাৰণ তথ্য যেনে আপোনাৰ নাম, ই-মেইল আই ডি, আৰু ফোন নম্বৰ শ্বেয়াৰ কৰক।
• WhatsApp-ৰ জৰিয়তে আপোনাৰ এক্সপেৰিয়ান ক্ৰেডিট স্কোৰ নিমিষতে লাভ কৰক।
• এক্সপেৰিয়ান ক্ৰেডিট প্ৰতিৱেদনৰ এটা  পাছৱৰ্ড-সুৰক্ষিত প্ৰতিলিপি পঠিয়াবলৈঅনুৰোধ কৰক যাক আপোনাৰ পঞ্জীয়নভুক্ত ই-মেইল আইডিলৈ প্ৰেৰণ কৰা হ’ব।

Previous Post

ডনাল্ড ট্ৰাম্প পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি!

Next Post

কল্যাণী বিশ্ববিদ্যালয়ৰ প্ৰাক গণৰাজ্য দিৱসৰ পেৰেডৰ শিবিৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS দলৰ দল

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
Next Post
কল্যাণী বিশ্ববিদ্যালয়ৰ প্ৰাক গণৰাজ্য দিৱসৰ পেৰেডৰ শিবিৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS দলৰ দল

কল্যাণী বিশ্ববিদ্যালয়ৰ প্ৰাক গণৰাজ্য দিৱসৰ পেৰেডৰ শিবিৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS দলৰ দল

গুৱাহাটী প্ৰেছ ক্লাৱত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা সম্পন্ন

গুৱাহাটী প্ৰেছ ক্লাৱত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা সম্পন্ন

আজিৰে পৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হ’ব নিয়মীয়া পাঠদান

আজিৰে পৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হ'ব নিয়মীয়া পাঠদান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8