• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ডালমিয়া ভাৰত ফাউণ্ডেচনৰ দ্বাৰা মহিলাৰ বাবে খাদ্য-কেন্দ্ৰিক কাৰ্যসূচীৰ আয়োজন

নিউজ ডেস্ক by নিউজ ডেস্ক
January 23, 2023
in ব্যৱসায়, অসম
1 min read
0
ডালমিয়া ভাৰত ফাউণ্ডেচনৰ দ্বাৰা মহিলাৰ বাবে খাদ্য-কেন্দ্ৰিক কাৰ্যসূচীৰ আয়োজন
Share on FacebookShare on Twitter

ডালমিয়া চিমেণ্ট (ভাৰত) লিমিটেডৰ (DCBL) কৰ্পোৰেট সামাজিক দায়বদ্ধতা (CSR) শাখা ডালমিয়া ভাৰত ফাউণ্ডেচনে (DBF) উমৰাংচো আৰু লংকাত আত্ম-সহায়ক গোটৰ পুষ্টি আৰু স্বাস্থ্যৰ বাবে উদ্যোগৰ বিকল্প হিচাবে এক প্ৰশিক্ষণৰ আয়োজন কৰিছিল। ২৮ টা আত্ম-সহায়ক গোটৰ প্ৰায় ২০০ গৰাকী মহিলা কৃষকক ‘কৃষি পুষ্টি বাগিচা’ (Agri Nutri Garden’)ৰ ওপৰত লংকাৰ ডালমিয়া চিমেণ্ট প্ৰকল্পত প্ৰশিক্ষণ দিয়া হৈছিল। অনুষ্ঠানটোৰ নেতৃত্ব দিছিল হোজাই জিলাৰ এজন প্ৰগতিশীল কৃষক দাদুল বৰা আৰু ডালমিয়া ভাৰত ফাউণ্ডেচনৰ সঞ্জয় শৰ্মা, ৰঞ্জিত ভৰালী মিঃ ৰাজ মহম্মদ।
উদয় সিং ৰাজপুত, ইউনিট হেড আৰু ডিচিবিএলৰ অন্যান্য গুৰুত্বপূৰ্ণ বিষয়া সকলে লংকা প্ৰকল্পৰ DCBLৰ চুবুৰীয়া গাওঁবোৰত খেতি কৰাৰ বাবে আত্ম-সহায়ক গোটৰ (SHG) উপস্থিত থকা সদস্য সকলক বীজ বিতৰণ কৰে। এই প্ৰশিক্ষণৰ বিষয়বোৰ আছিল খেতিৰ পদ্ধতি, জৈৱিক সাৰৰ ব্যৱহাৰ, জৈৱ সাৰ, ৰোগৰ চিকিৎসা আৰু কৃষি পুষ্টি বাগিচাৰ পৰিচালনা। প্ৰশিক্ষক সকলে মহিলা আৰু শিশুৰ উন্নত পুষ্টিৰ বাবে ৰঙীন পাচলি – কেশৰ, সেউজীয়া আৰু বগা ৰঙৰ পুষ্টিগত গুৰুত্বৰ তাৎপৰ্য্য আৰু ব্যাখ্যা কৰে।

ডালমিয়া ভাৰত ফাউণ্ডেচনে বড়োলোবাং আৰু উমৰাংচো নামৰ দুখন গাঁৱৰ ৩৭ জন আত্মসহায়ক গোটৰ সদস্যৰ বাবে খাদ্য প্ৰক্ৰিয়াকৰণ আৰু উদ্যোগৰ ওপৰত দুদিনীয়া প্ৰশিক্ষণ কৰ্মশালাও সফলতাৰে অনুষ্ঠিত কৰে। নগাঁৱৰ এগৰাকী মহিলা উদ্যোগীয়ে বতৰৰ পাচলি আৰু ফলৰ পৰা বেঙেনাৰ আচাৰ, আনাৰস জাম, ষ্টাৰ ফল , চৰবত আদি তৈয়াৰ কৰাৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শিত কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল স্থানীয় ভাৱে উপলব্ধ উৎপাদনৰ পৰা, আচাৰ, জাম, জেলী আৰু চৰবত ৰ ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ ওপৰত এই মহিলাসকলক উদ্যোগীকৰণৰ জ্ঞান প্ৰদান কৰা। ডিবিএফে (Dalmia Bharat Foundation) চাৰু ফুডচ প্ৰডাক্টৰ জৰিয়তে সামগ্ৰীবিলাকৰ বিপণনৰ দিশত সমৰ্থনৰ ব্যৱস্থা কৰিছে।
অনুষ্ঠানটোত ব্লক প্ৰজেক্ট মেনেজাৰ মিঃ এলবাৰ্ট লালদুহাৱমা আৰু অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনৰ (ASRLM) ব্লক সমন্বয়ক লালচিন্দিকী চাংচান উপস্থিত আছিল। তেওঁলোকে DBFৰ দ্বাৰা লোৱা পদক্ষেপক প্ৰশংসা কৰে লগতে ক্ষুদ্ৰ উদ্যোগসমূহক সৰ্বাধিক লাভৰ বাবে পিএমএফএমই (PMFME), উদ্যম(UDYAM) আদি বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ সৈতে সংযুক্ত কৰা হ’ব বুলিও আশ্বাস দিয়ে ।

এই পদক্ষেপসমূহৰ ওপৰত মন্তব্য কৰি পদ্মনাভ চক্ৰৱৰ্তী, উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক নিৰ্মাণ মুৰব্বী, ডিচিবিএল, কয় ,”মহিলা আৰু শিশুৰ পুষ্টিহীনতা নিৰ্মূলৰ বাবে ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ পুষ্টি কাৰ্যসূচী – পোষণ অভিযান হৈছে এক চালিত প্ৰকল্প। আমি স্থানীয় মহিলাসকলৰ পুষ্টিগত বিকাশ আৰু অৰ্থনৈতিক সুৰক্ষাৰ ওপৰত গুৰুত্ব দিব বিচাৰো। এই প্ৰকল্পসমূহৰ উদ্দেশ্য হৈছে গ্ৰাম্য মহিলাসকলক নিজৰ কৃষি পুষ্টি বাগিচা নিৰ্মাণৰ লগতে উদ্যোগীকৰণৰ কাম-কাজত অংশগ্ৰহণৰ বাবে সবলীকৰণ আৰু উৎসাহিত কৰা যাৰ ফলত তেওঁলোক আত্মনিৰ্ভৰশীল হয়।”

Previous Post

সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলাবলৈ মন্ত্ৰী অতুল বৰাৰ কঠোৰ নিৰ্দেশ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
পশ্চিম গুৱাহাটীৰ দুৰ্গম পাহাৰীয়া অঞ্চলত পোষণ সজাগতা কার্যসূচী
সংবাদ

পশ্চিম গুৱাহাটীৰ দুৰ্গম পাহাৰীয়া অঞ্চলত পোষণ সজাগতা কার্যসূচী

October 2, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

২০২৪ চনৰ ভিতৰত আমেৰিকাৰ দৰে হ’ব ভাৰতৰ পথ সমূহ!

২০২৪ চনৰ ভিতৰত আমেৰিকাৰ দৰে হ'ব ভাৰতৰ পথ সমূহ!

পত্নীৰ প্ৰতি নূন্যতম সদ্ভাৱ নেদেখুওৱা ৰামচন্দ্ৰ কি দৰে আদৰ্শ পুৰুষ হ’ব পাৰে?

পত্নীৰ প্ৰতি নূন্যতম সদ্ভাৱ নেদেখুওৱা ৰামচন্দ্ৰ কি দৰে আদৰ্শ পুৰুষ হ'ব পাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8