• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিদেশ ভ্ৰমণকাৰী গ্ৰাহক-পৰ্যটকৰ বাবে সুখবৰ; এয়াৰটেলে মুকলি কৰিলে ‘ৱৰ্ল্ড পাছ’

নিউজ ডেস্ক by নিউজ ডেস্ক
December 12, 2022
in ব্যৱসায়, ৰাষ্ট্ৰীয়
1 min read
0
বিদেশ ভ্ৰমণকাৰী গ্ৰাহক-পৰ্যটকৰ বাবে সুখবৰ; এয়াৰটেলে মুকলি কৰিলে ‘ৱৰ্ল্ড পাছ’
Share on FacebookShare on Twitter

কভিড-১৯ মহামাৰীৰ ভয়াৱহ প্ৰভাৱ কমি অহাৰ লগে লগে আমি কৰ্ম আৰু বিনোদন অবসৰ দুয়োটা দিশতে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। আনহাতে যোগাযোগ ব্যৱস্থাটো সহজ আৰু বোধগম্য কৰি তুলিবলৈ অগ্ৰণী মবাইল কোম্পানী এয়াৰটেলে মুকলি কৰিছে ‘এয়াৰটেল ৱৰ্ল্ড পাছ’। ৱৰ্ল্ড পাছে সকলো আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ সুবিধাত বৈপ্লৱিক ৰূপান্তৰ আনিছে আৰু ই ১৮৪ খন দেশত নিৰৱচ্ছিন্নভাৱে কাম কৰে। যদি কোনো এজন পৰ্যটক দুখনৰ অধিক দেশলৈও যায় তেন্তে এতিয়া এটা পেকে তেওঁৰ ৰোমিংঙৰ সকলো প্ৰয়োজনীয়তা পূৰণ কৰিব। এয়াৰটেলে এতিয়া এয়াৰটেল ৱৰ্ল্ড পাছ মুকলি কৰি আন্তঃৰাষ্ট্ৰীয় ৰোমিংঙৰ সমস্যাটো গাঁথনিগতভাৱে সমাধান কৰিছে।

এই সন্দৰ্ভত ভাৰতী এয়াৰটেলৰ কনজিউমাৰ বিজনেছৰ সঞ্চালক, শশৱত শৰ্মাই কয়, “এয়াৰটেলত আমাৰ লক্ষ্য হৈছে গ্ৰাহকৰ সমস্যা সমাধান কৰা যাতে আমাৰ সেৱাই নিজৰ কথা কয়। আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ সম্পৰ্কীয় আমাৰ গ্রাহকৰ উদ্বেগ আৰু প্রতিক্রিয়াৰ ভিত্তিত আমি এয়াৰটেল ৱৰ্ল্ড পাছ মুকলি কৰিবলৈ বাধ্য হৈছো বুলি শশবত শৰ্মাই সদৰি কৰিছে। উল্লেখযোগ্য যে কোম্পানীৰ সূত্ৰই সদৰি কৰা অনুসৰি সঘনাই বিদেশ ভ্ৰমণ কৰা আৰু দীৰ্ঘদিনীয়া গ্ৰাহকৰ বাবে বিশেষভাৱে ডিজাইন কৰা হৈছে প্ৰিপেইড আৰু পোষ্টপেইড পেক। যিয়ে সুলভ মূল্যত ১ বছৰলৈকে গ্ৰাহকক বৈধতা প্ৰদান কৰে।। ইয়াৰ উপৰিও গ্ৰাহকৰ হাতত জৰুৰীকালীন ব্যৱহাৰ আৰু মেচেজিং এপ্লিকেচনৰ বাবে আনলিমিটেড ডাটা উপলব্ধ হব।

Previous Post

গুৱাহাটী প্ৰেছ ক্লাৱত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচন

Next Post

নতুন বছৰত আহিছে ডুগডুগীৰ আটক ধুনীয়া গহনা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
Next Post
নতুন বছৰত আহিছে ডুগডুগীৰ আটক ধুনীয়া গহনা

নতুন বছৰত আহিছে ডুগডুগীৰ আটক ধুনীয়া গহনা

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

অৰুণাচলৰ ভাৰত-চীন সীমান্তৰ সংঘাতত আহত ৩০ সেনা জোৱান!

অৰুণাচলৰ ভাৰত-চীন সীমান্তৰ সংঘাতত আহত ৩০ সেনা জোৱান!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8