• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

২১ মাহৰ পাছত হ্ৰাস পালে মুদ্ৰাস্ফীতি!

নিউজ ডেস্ক by নিউজ ডেস্ক
December 15, 2022
in ব্যৱসায়, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
২১ মাহৰ পাছত হ্ৰাস পালে মুদ্ৰাস্ফীতি!
Share on FacebookShare on Twitter

মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে জনতাক। নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি পিন্ধন উৰণ সকলো বস্তুৰে মূল্য বৃদ্ধি হৈছে। ইয়াৰ মাজতে কিছু সামগ্ৰীৰ দাম কমিছেও।

খাদ্য, ইন্ধন আৰু নিৰ্মিত সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ বাবে পাইকাৰী মূল্য-আধাৰিত মুদ্ৰাস্ফীতি বা WPI নৱেম্বৰত নিম্নতম ৫.৮৫ শতাংশলৈ হ্ৰাস পায়। ২০২১ চনৰ নৱেম্বৰত মুদ্ৰাস্ফীতি ১৪.৮৭ শতাংশ আছিল। ২১ মাহ পাছত এই হ্ৰাস হোৱা দেখা গৈছে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সন্দৰ্ভত সংসদত কয় যে মুদ্ৰাস্ফীতি আৰু হ্ৰাস কৰিবলৈ চৰকাৰে জনসাধাৰণৰ সৈতে মিলি কাম কৰিব।

২০২২-২৩ বৰ্ষৰ অনুদানৰ পৰিপূৰক দাবীৰ উত্তৰত বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে, “মুদ্ৰাস্ফীতি ব্যৱস্থাপনা বা নিয়ন্ত্ৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মন্ত্ৰী আৰু বিষয়াসকলে সময়ে সময়ে হস্তক্ষেপ কৰি পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰ ফলাফল দেখাও গৈছে।

উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ে বুধবাৰে কয়, ২০২২ চনৰ নৱেম্বৰত মুদ্ৰাস্ফীতিৰ হাৰ হ্ৰাস হোৱাৰ মুখ্য কাৰণ হৈছে খাদ্য সামগ্ৰী, মৌলিক ধাতু, বস্ত্ৰ, ৰাসায়নিক পদাৰ্থ আৰু ৰাসায়নিক সামগ্ৰী, কাগজ আৰু ইয়াৰ পৰা তৈয়াৰ কৰা সামগ্ৰীৰ মূল্য হ্ৰাস হোৱা। ইয়াৰ পূৰ্বে মুদ্ৰাস্ফীতিৰ হ্ৰাসৰ নুন্যতম ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত আছিল। সেই সময়ত ইয়াৰ পৰিমাণ আছিল ৪.৮৩ শতাংশ।

Previous Post

গীতে-মাতে দেউছটালৰ দীপৰ বিল ই’কো কেম্পত ন-খোৱা উৎসৱ উদযাপন

Next Post

অসমৰ গামোচাই লাভ কৰিলে GI টেগৰ স্বীকৃতি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
অসমৰ গামোচাই লাভ কৰিলে GI টেগৰ স্বীকৃতি

অসমৰ গামোচাই লাভ কৰিলে GI টেগৰ স্বীকৃতি

ডালমিয়া চিমেণ্টে লাভ কৰিলে NCB আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ ছয়টা বঁটা

ডালমিয়া চিমেণ্টে লাভ কৰিলে NCB আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ ছয়টা বঁটা

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ অসম ৰাজ্যিক NSUIৰ উপ-সভাপতি বিকাশ নাথ যোগীৰ

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ অসম ৰাজ্যিক NSUIৰ উপ-সভাপতি বিকাশ নাথ যোগীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8