• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বহুকেইটা CES ২০২৩ উদ্ভাৱনী বঁটাৰে সন্মানিত হবলৈ সক্ষম হ’ল LG

নিউজ ডেস্ক by নিউজ ডেস্ক
November 28, 2022
in ব্যৱসায়, ৰাষ্ট্ৰীয়
1 min read
0
বহুকেইটা CES ২০২৩ উদ্ভাৱনী বঁটাৰে সন্মানিত হবলৈ সক্ষম হ’ল LG
Share on FacebookShare on Twitter

এল জি ইলেক্ট্ৰনিকছে (LG) শেহতীয়া জীৱনশৈলী সমাধানৰ প্ৰযুক্তিগত আৰু ডিজাইনৰ উৎকৰ্ষতাৰ বাবে স্বীকৃতি লাভ কৰি বহুকেইটা- দুটা ডজনতকৈ অধিক CES ২০২৩ উদ্ভাবনী বঁটাৰে সন্মানীত কৰা হয়। কম্পিউটাৰ পেৰিফেৰেল, গেমিং আৰু ভিডিঅ’ ডিসপ্লে শাখাত L G অ’ এল ই ডিৰ বাবে তিনিটা আকাংক্ষিত বেষ্ট অৱ ইনোভেচন, পুৰস্কাৰৰো এই বঁটাত অন্তর্ভুক্ত কৰা হৈছে।
প্ৰতি বছৰে কনজিউমাৰ টেকন’লজি এছ’চিয়েশ্যনে (চিটিএ) চিইএছৰ আঁৰৰ সংস্থা’ ৰ দ্বাৰা প্ৰদান কৰা ই এক বিশ্বৰ সৰ্ববৃহৎ বাৰ্ষিক কনজিউমাৰ ইলেক্ট্ৰনিক্স ট্ৰেডশ্ব। চিইএছ উদ্ভাবনী বঁটা কাৰ্যসূচীয়ে বহুসংখ্যক ডিভাইচ আৰু প্ৰযুক্তি বিভাগৰ উদ্ভাৱনীমূলক গ্ৰাহক সামগ্ৰী আৰু সেৱাসমূহক স্বীকৃতি প্রদান কৰে।
চি ই এছ ২০২৩ ত এল জিয়ে লাভ কৰিবলগীয়া ২৮টা সন্মানৰ ভিতৰত ১০টা সন্মান লাভ কৰে এল জি অ’ এল ই ডি টিভি য়ে। কোম্পানীটোৰ চেল্ফ-লাইট (self -lite) টিভিসমূহে CES ইনোভেচন বঁটা একেৰাহে ১১ বছৰ লাভ কৰে । বিভিন্ন উদ্ভাৱনীমূলক প্রযুক্তিৰে সৈতে গ্ৰাহকক বিভিন্ন ধৰণৰ দৰ্শনৰ অভিজ্ঞতা প্ৰদান কৰা এল জি অ’ এল ই ডি টিভিসমূহক ইয়াৰ ব্যতিক্ৰমী ছবিৰ মানদণ্ডৰ বাবে বিশ্বজুৰি গ্ৰাহকে মূল্যৱান বুলি গণ্য কৰে। এই চেল্ফ-লাইট (self -lite) টিভিসমূহে, স্পন্দনশীল, সঠিক ৰং, গভীৰ ক’লা আৰু অসীম কনট্ৰাষ্ট প্ৰদান কৰে।
৮৮ ইঞ্চিৰ LG চিগনেচাৰ অ’ এল ই ডি ৮ কে টিভিক তিনিটা শাখাত স্বীকৃতি দিয়া হয়, লগতে উদ্দীপিত কৰা অতি বৃহৎ ৯৭ ইঞ্চিৰ অ’ এল ই ডি আৰু এল জি অ’ এল ই ডি ফ্লেক্স, বিশ্বৰ প্ৰথমটো বেকা কৰিব পৰা ৪২ ইঞ্চিৰ অ’ এল ই ডি স্ক্ৰীণৰ যুগান্তকাৰী টিভিয়ে দুটাকৈ সন্মান লাভ কৰিছিল। চি ই এছ ২০২৩ ইনোভেচন বঁটা বিজয়ী হিচাপে নিৰ্বাচিত LG ৰ ঘৰুৱা সঁজুলিসমূহৰ ভিতৰত আছে বায়ু বিশুদ্ধকৰণৰ নতুন ধাৰণা এল জি পিউৰিকেয়াৰ এৰো ফাৰ্নিচাৰ। লগতে সন্মানিত হৈছে ষ্টীম মপৰ সৈতে প্ৰিমিয়াম এল জি কৰ্ডজিৰ’ অল-ইন-ৱান টাৱাৰ।
আন আন বিজয়ী সামগ্ৰীৰ ভিতৰত আছে এল জি ৱাছটাৱাৰ কম্পেক্ট, এল জি আল্ট্ৰাগিয়াৰ অ’ এল ই ডি গেমিং মনিটৰ আৰু এল জি এক্সবুম ৩৬০ ব্লুটুথ স্পীকাৰ চিষ্টেম। এল জিৰ চি ই এছ ২০২৩ ইনোভেচন বঁটা লাভকাৰীৰ সম্পূৰ্ণ তালিকা চি ই এছ ২০২৩ (৫-৮ জানুৱাৰী, ২০২৩)ত ঘোষণা কৰা হ’ব।

Previous Post

সৰু চহৰতো অনুষ্ঠিত কৰা হ’ব ক্ৰিকেটঃ তৰংগ গগৈ

Next Post

সাহিত্য -সংস্কৃতিৰ নৱ মঞ্চ অসমৰ দ্বি-বাৰ্ষিক তৃতীয় বৰ্ষপূৰ্তি

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
Next Post
সাহিত্য -সংস্কৃতিৰ নৱ মঞ্চ অসমৰ দ্বি-বাৰ্ষিক তৃতীয় বৰ্ষপূৰ্তি

সাহিত্য -সংস্কৃতিৰ নৱ মঞ্চ অসমৰ দ্বি-বাৰ্ষিক তৃতীয় বৰ্ষপূৰ্তি

‘চিভিক চেন্স’ আৰু সচেতনতা

‘চিভিক চেন্স’ আৰু সচেতনতা

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8