• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

LPGৰ ৰাজসাহায্য কৰ্তন আৰু মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক সৰ্বহাৰা কৰিছে চৰকাৰে

নিউজ ডেস্ক by নিউজ ডেস্ক
March 24, 2022
in ব্যৱসায়, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
LPGৰ ৰাজসাহায্য কৰ্তন আৰু মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক সৰ্বহাৰা কৰিছে চৰকাৰে
Share on FacebookShare on Twitter

পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন শেষ হ’ল আৰু এতিয়া অৱধাৰিত ভাৱেই আৰম্ভ হৈছে মূল্যবৃদ্ধিৰ আনুষ্ঠানিক প্ৰক্ৰিয়া। মঙলবাৰে পেট্ৰ’ল আৰু ডিজেলৰ দাম লিটাৰত ৮০ পইচাকৈ বঢ়োৱাৰ লগতে ঘৰুৱা ৰন্ধন গেছৰ দামো প্ৰতি চিলিণ্ডাৰত ৫০ টকাকৈ বঢ়োৱাৰ ফলত এতিয়া ঘৰুৱা চিলিণ্ডাৰ এটাৰ দাম প্ৰায় এহাজাৰ টকা হৈছেগৈ। ভয়ানক কথাটো হ’ল মূল্যবৃদ্ধিৰ মাজতে চৰকাৰে তীব্ৰগতিত কমাই আনিছে এলপিজিত থকা ৰাজসাহায্য৷ ফলত সৰ্বসাধাৰণে কোনো সকাহ পোৱা নাই। অৰ্থাৎ মূল্যবৃদ্ধিৰ সময়ত নাগৰিকক সকাহ দিবলৈ থকা ব্যৱস্থাটোকো মৃত্যুমুখলৈ ঠেলি দিয়া হৈছে৷

চৰকাৰী তথ্য মতে, ২০১৯চনত এলপিজিত চৰকাৰে দিয়া ৰাজসাহায্য আছিল ৩৭,৫৮৫ কোটি টকা। এই পৰিমাণ ২০২১ত হয়গৈ মাত্ৰ ২৭০৬ কোটি টকা। এলপিজি ব্যৱহাৰ কৰা দেশৰ ৩৯ কোটি পৰিয়ালক দাম বৃদ্ধিৰ পাছত ৰাজসাহায্যও কৰ্তন কৰি জনসাধাৰণক মাধমাৰ দি থকা হৈছে। আনহাতে বিগত ৫ বছৰতে এলপিজিৰ মূল্য প্ৰায় ১০০ শতাংশ বৃদ্ধি পাইছে৷ শেহতীয়া দাম বৃদ্ধিৰ পূৰ্বে ৯০০ টকীয়া এলপিজিত ৰাজসাহায্য আছিল মাত্ৰ ৪০ টকা৷

ৰাজহুৱা তেল কোম্পানীবোৰে গ্ৰাহকক দিয়া ৰাজসাহায্য বিশ্লেষণ কৰিলেই ওলাই পৰে কিদৰে মূল্যবৃদ্ধিৰ অনুপাতে ৰাজসাহায্য বৃদ্ধি কৰাৰ সলনি কমাই আনি ৰাইজক অধিক বোজা জাপি দিয়া হৈছে। Indian oil corporationএ ২০১৮-১৯ত ৰাজসাহায্য দিছিল ১৮৬৬৩ কোটি টকা৷ ২০২১-২২চনত এয়া হয়গৈ মাত্ৰ ১৩৬৯কোটি টকা৷ একেদৰে হিন্দুস্তান পেট্ৰ’লিয়ামে ২০১৮-১৯ত ৰাজসাহায্য দিছিল ৯৩৩৭ কোটি টকা। ২০২১-২২ত এয়া হয়গৈ মাত্ৰ ৭১৬ কোটি টকা ৷

ৰাজসাহায্য কৰ্তন কৰি ৰাইজক মাধমাৰ দি হাজাৰ হাজাৰ কোটি টকা ৰাহি কৰিছে কোম্পানীসমূহে৷ তাৰ পাছতো আন্তঃৰাষ্ট্ৰীয় বজাৰত তেল আৰু গেছৰ দাম বঢ়াৰ বাবেহে এই কোম্পানীবোৰে দাম বৃদ্ধি কৰিছে বুলি কোৱাটো যথেষ্ট চিন্তনীয়।

Previous Post

যৌতুকৰ বাবেই প্ৰাণ গ’ ল ২ বছৰীয়া শিশুৰ মাতৃৰ

Next Post

প্ৰতি ইউনিটত ২টকাৰো অধিক বাঢ়িব লাগিছিল বিদ্যুৎ বিল!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
প্ৰতি ইউনিটত ২টকাৰো অধিক বাঢ়িব লাগিছিল বিদ্যুৎ বিল!

প্ৰতি ইউনিটত ২টকাৰো অধিক বাঢ়িব লাগিছিল বিদ্যুৎ বিল!

৪০ লক্ষাধিক টকা মূল্যৰ আফিংসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

৪০ লক্ষাধিক টকা মূল্যৰ আফিংসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

আলফাত যুৱক–যুৱতীৰ যোগদানৰ বিষয়ক লৈ সৰৱ গৌৰৱ গগৈ

আলফাত যুৱক–যুৱতীৰ যোগদানৰ বিষয়ক লৈ সৰৱ গৌৰৱ গগৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8