• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

প্ৰতি কেজি ১ লাখ ১৫ হাজাৰ টকাত বিক্ৰী হ’ল মনোহাৰী গ’ল্ড টি

নিউজ ডেস্ক by নিউজ ডেস্ক
December 17, 2022
in ব্যৱসায়, অসম
1 min read
0
প্ৰতি কেজি ১ লাখ ১৫ হাজাৰ টকাত বিক্ৰী হ’ল মনোহাৰী গ’ল্ড টি
Share on FacebookShare on Twitter

পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি অসমৰ মনোহাৰী গল্ড টি প্ৰতি কিলোগ্ৰাম বিক্ৰী হ’ল ১ লাখ ১৫ হাজাৰ টকাত। হায়দৰাবাদৰ ক্লায়েণ্ট কেফে নিলোফাৰ টি ইনটেকৰ নিলাম প’ৰ্টেলৰ জৰিয়তে হোৱা নিলামত এই মূল্য লাভ কৰিছে ডিব্ৰুগড়ৰ মনোহাৰী গ’ল্ড টিয়ে।

গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ২০১৮ ৰ পৰা ২০২১ লৈ চাৰি বছৰে ধাৰাবাহিক ভাৱে মনোহাৰী গ’ল্ড টি ১ লাখ টকাত বিক্ৰী হৈছিল। উল্লেখ্য যে, গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ভাৰতীয় টি ব’ৰ্ডৰ কেপ ৫০ টকাত সীমাবদ্ধ হোৱাৰ বাবেই সৰ্বোচ্চ ১ লাখ টকাত বিক্ৰী কৰিবলগীয়া হৈছিল মনোহাৰী গ’ল্ড টি। এইবাৰ ব্যক্তিগত নিলামত সেই সীমাবদ্ধতা নথকা হেতু পূৰ্বৰ অভিলেখ ভংগ কৰি প্ৰতি কিলোগ্ৰাম চাহ ১ লাখ ১৫ হাজাৰ টকাত বিক্ৰী হয়।

Previous Post

লামডিঙত জব্দ ২ কোটি টকাৰ গাঞ্জা

Next Post

বিমানকোঠত আন্তঃৰাষ্ট্ৰীয় চাহ-দিৱস উদযাপন

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
বিমানকোঠত আন্তঃৰাষ্ট্ৰীয় চাহ-দিৱস উদযাপন

বিমানকোঠত আন্তঃৰাষ্ট্ৰীয় চাহ-দিৱস উদযাপন

অংকিতা দত্তৰ সহযোগিতাতেই হ’ব যুৱ কংগ্ৰেছৰ নিৰ্বাচন!

অংকিতা দত্তৰ সহযোগিতাতেই হ'ব যুৱ কংগ্ৰেছৰ নিৰ্বাচন!

অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ ভুৱা পাছপৰ্ট উদ্ধাৰ

অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ ভুৱা পাছপৰ্ট উদ্ধাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8