• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসমত HDFC বেংকৰ প্ৰথমটো মহিলা শাখা উদ্বোধন কৰে মন্ত্ৰী অজন্তা নেওগে

নিউজ ডেস্ক by নিউজ ডেস্ক
September 30, 2022
in ব্যৱসায়, অসম, ৰাজনীতি
1 min read
0
অসমত HDFC বেংকৰ প্ৰথমটো মহিলা শাখা উদ্বোধন কৰে মন্ত্ৰী অজন্তা নেওগে
Share on FacebookShare on Twitter

আজি গুৱাহাটীৰ নাৰেংগীত HDFC বেংকে মুকলি কৰে অসমৰ তেওঁলোকৰ প্ৰথমটো মহিলা শাখা।  এই শাখাটো সমগ্ৰ দেশতে বেংকটোৰ মহিলা শাখাৰ ক্ৰমবৰ্ধমান নেটৱৰ্কৰ শেহতীয়া সংযোজন কৰাৰ উপৰিও ই বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তিৰ সংস্কৃতি গঢ়ি তোলাৰ বাবে বেংকৰ প্ৰতিশ্ৰুতিক প্রতিফলিত কৰে।
মহিলা শাখাটো উদ্বোধন কৰে অসম চৰকাৰৰ মাননীয় বিত্ত, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্ত নেওগে আৰু ইয়াত উপস্থিতি থাকে HDFC বেংকৰ বিষয়া ক্ৰমে প্ৰেমজিৎ কোঁৱৰ, চক্ৰ মুৰব্বী – উত্তৰ-পূব আৰুআদিত্য ভট্টাচাৰ্য্য, ক্লাষ্টাৰ হেড – অসম লগতে অন্যান্য বিষয়ববীয়া সকল।
HDFC বেংকে লিংগ বৈষম্যৰ বিষয়ত অধিক গুৰুত্ব প্রদান কৰি সংস্থাটোৰ ভিতৰত বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তিৰ সংস্কৃতিক প্ৰসাৰিত কৰি আহিছে। ২০২২ চনৰ ৩১ মাৰ্চৰ শেষলৈকে বেংকটোৰ মুঠ কৰ্মচাৰীৰ সংখ্যাৰ ২১.৭% মহিলা কৰ্মচাৰী আছিল আৰু ২০২৫ চনৰ ভিতৰত বেংকটোৱে ইয়াক ২৫% লৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
অসমত HDFC বেংকৰ প্ৰথমটো মহিলা শাখা উদ্বোধন কৰাৰ সন্দৰ্ভত মন্তব্য কৰি প্ৰেমজিৎ কোঁৱৰ, চক্ৰ মুৰব্বী নৰ্থ ইষ্ট, HDFC  বেংকে কয় “আমি বৈচিত্ৰ্য, সমতা আৰু অন্তৰ্ভুক্তিৰ সংস্কৃতিত বিশ্বাস কৰোঁ। অসমত আমাৰ প্ৰথমটো মহিলা শাখা মুকলি হোৱাটোৱে আমাৰ দায়বদ্ধতাৰ পৰিচয়। নতুন শাখাটোৱে ৰাজ্যৰ আমাৰ শাখাসমূহৰ নেটৱৰ্কতো বৃদ্ধি কৰে।বেংক শাখা নেটৱৰ্ক আৰু বিশ্বমানৰ ডিজিটেল সমাধানৰ সংমিশ্ৰণৰ জৰিয়তে আমি অসমৰ জনসাধাৰণৰ বাবে মানসম্পন্ন বেংকিং সামগ্ৰী আৰু সেৱাসমূহ উপলব্ধ কৰি যাম।” নতুন শাখাটো মুকলি হোৱাৰ পিছতে HDFC বেংকৰ এতিয়া অসমৰ ৩১ খন জিলাত ৮৮ টা শাখা আছে।

Previous Post

সকলো মহিলাৰেই গৰ্ভপাত কৰোৱাৰ অধিকাৰ আছেঃ উচ্চতম ন্যায়ালয়

Next Post

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এছিয়া আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলনত জিলিকিল অসমৰ চানষ্টোনৰ শিক্ষাৰ্থী

Related Posts

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এছিয়া আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলনত জিলিকিল অসমৰ চানষ্টোনৰ শিক্ষাৰ্থী

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এছিয়া আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলনত জিলিকিল অসমৰ চানষ্টোনৰ শিক্ষাৰ্থী

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

আজিৰে পৰা দেশত আৰম্ভ হ’ব 5G সেৱা!

আজিৰে পৰা দেশত আৰম্ভ হ'ব 5G সেৱা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8