• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে পেট্ৰ’ল, ডিজেলৰ মূল্য

নিউজ ডেস্ক by নিউজ ডেস্ক
March 23, 2022
in ব্যৱসায়, ৰাষ্ট্ৰীয়
1 min read
0
পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি!
Share on FacebookShare on Twitter

৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন শেষ হোৱাৰ পিছতে অবধাৰিত ভাৱেই বৃদ্ধি পাইছে ইন্ধনৰ মূল্য। আজি একেৰাহে দ্বিতীয়দিনৰ বাবে বৃদ্ধি পালে পেট্ৰ’ল, ডিজেলৰ মূল্য। দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্যত ৪০ পইছাকৈ বৃদ্ধি পোৱাৰ বিপৰীতে মুম্বাইত পেট্ৰ’লৰ মূল্যত ৮৫ পইছা আৰু কলকাতাত ৮৩ পইছাকৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত দিল্লীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৯৭.০১ লৈ বৃদ্ধি পোৱাৰ লগতে ডিজেলৰ মূল্য ৮৮.২৭ টকালৈ বৃদ্ধি পাইছে।

উল্লেখ্য যে মঙলবাৰৰ পৰা পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছে। পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন শেষ হোৱাৰ পিছৰে পৰা পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধিৰ বিষয়ে জল্পনা-কল্পনা চলি আছে। শেষবাৰৰ বাবে ৪ নৱেম্বৰত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছিল। কোৱা হৈছে যে এই সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ৪৫ শতাংশ বৃদ্ধি পাইছে।

Previous Post

নিশা মহানগৰীৰ নটবমা ছোৱালী মাদ্রাছাত অগ্নিকাণ্ড

Next Post

বিজেপিৰ কৃষান মৰ্চাৰ উদ্যোগত মৌ পালনৰ প্ৰশিক্ষণ শিৱিৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই
মনোৰঞ্জন

শ্বাহৰুখ খানৰ ‘পাঠান’ত অভিনয় কৰিছে অসমৰ দিগন্ত হাজৰিকাই

January 25, 2023
Next Post
বিজেপিৰ কৃষান মৰ্চাৰ উদ্যোগত মৌ পালনৰ প্ৰশিক্ষণ শিৱিৰ

বিজেপিৰ কৃষান মৰ্চাৰ উদ্যোগত মৌ পালনৰ প্ৰশিক্ষণ শিৱিৰ

আনন্দ মিশ্ৰক দিয়া হ’ল নতুন দায়িত্ব

আনন্দ মিশ্ৰক দিয়া হ’ল নতুন দায়িত্ব

IPLৰ অনুৰাগীসকলে আজিৰে পৰা কৰিব পাৰিব টিকট ক্ৰয়

IPLৰ অনুৰাগীসকলে আজিৰে পৰা কৰিব পাৰিব টিকট ক্ৰয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8