• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটীত চেঞ্চুৰী কোবালে পেট্ৰ’লৰ মূল্যই

নিউজ ডেস্ক by নিউজ ডেস্ক
March 30, 2022
in ব্যৱসায়, অসম, ৰাজনীতি
1 min read
0
পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি!

(FILES) In a file picture taken on February 28, 2012 a motorist fill up at the gas pump in a gas station of the French northern city of Lille. The G7 industrial countries called on August 28, 2012 on oil producers to increase output, saying higher prices posed "substantial risks" to the global economy. Under acute political pressure in France to reduce petrol prices at the pump, France's Finance Minister Pierre Moscovici earlier announced the government would spend 300 million euros ($375 million) to temporarily cut pump prices for motorists. AFP PHOTO / PHILIPPE HUGUENPHILIPPE HUGUEN/AFP/GettyImages ORG XMIT: -

Share on FacebookShare on Twitter

ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে পেট্ৰ’ল–ডিজেলৰ দাম। বুধবাৰেও পেট্ৰ’লৰ দাম ৮০–৮৫ পইচা প্ৰতিলিটাৰত আৰু ডিজেল ৭০–৭৫ পইচা প্ৰতি লিটাৰত বৃদ্ধি পাইছে। চৰকাৰী তেল কোম্পানীসমূহে আজি দেশৰ চাৰিখন মহানগৰসহ মুখ্য চহৰসমূহত পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি কৰিছে। দিল্লীত পেট্ৰ’ল ৮০ পইচা প্ৰতিলিটাৰত বৃদ্ধি হৈ ১০১ টকা হৈছে। মুম্বাইত পেট্ৰ’লত ৮৫ পইচা বৃদ্ধি হৈছে। দিল্লীত ডিজেলৰ দামো ৮০ পইচাকৈ বৃদ্ধি পাইছে আজিৰ দিনটোত। চাৰিখন মহানগৰত পেট্ৰ’ল–ডিজেলৰ দাম

Petrol Pump

– দিল্লীত পেট্ৰ’ল ১০১.০১ টকা আৰু ডিজেল ৯২.২৭ টকা প্ৰতিলিটাৰ।
– মুম্বাইত পেট্ৰ’ল ১১৫.৮৮ টকা আৰু ডিজেল ১০০.১০ টকা প্ৰতিলিটাৰত।
– চেন্নাইত পেট্ৰ’ল ১০৬.৬৯ টকা আৰু ডিজেল ৯৬.৭৬ টকা প্ৰতিলিটাৰ।
– কলকাতাত পেট্ৰ’ল ১১০.৫২ টকা আৰু ডিজেল ৯৫.৪২ টকা প্ৰতিলিটাৰ।
আনহাতে, গুৱাহাটীত আজি ১০০ৰ ঘৰ অতিক্ৰম কৰিলে পেট্ৰ’লৰ দামে। ১.৪২ টকা বৃদ্ধি হৈ প্ৰতিলিটাৰত হৈছে ১০১.৪৫ টকা। ডিজেলৰ দাম ১.৩৪ টকা বৃদ্ধি হৈ প্ৰতিলিটাৰত হৈছেগৈ ৮৭.৩৭ টকা। বিগত ১০ দিনৰ ভিতৰত ৯টা দিনতে বৃদ্ধি পেট্ৰ’ল–ডিজেলৰ দাম।

Previous Post

ড্ৰাগছ সৰবৰাহকাৰীকে ধৰি নগাঁৱত পাঁচজন অপৰাধীক গ্ৰেপ্তাৰ

Next Post

অসম চুক্তিৰ ৬নং দফাৰ ভিত্তিত নিৰূপণ কৰা হ’ব অসমীয়াৰ সংজ্ঞা!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কংগ্ৰেছৰ মিটিঙত কি কি হয়, মই সকলো খবৰ পাওঁঃ হিমন্ত বিশ্ব শৰ্মা

অসম চুক্তিৰ ৬নং দফাৰ ভিত্তিত নিৰূপণ কৰা হ'ব অসমীয়াৰ সংজ্ঞা!

অতি শীঘ্ৰেই নীলিম মহন্তই নতুন ছবি উপহাৰ দিব ৰাইজক

অতি শীঘ্ৰেই নীলিম মহন্তই নতুন ছবি উপহাৰ দিব ৰাইজক

কেবিনেটৰ সিদ্ধান্তঃ তিনিটাকৈ চিলিণ্ডাৰ বিনামূলীয়া!

কেবিনেটৰ সিদ্ধান্তঃ তিনিটাকৈ চিলিণ্ডাৰ বিনামূলীয়া!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8