• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

টুইটাৰৰ সৈতে সম্পৰ্ক চেদ এলন মাস্কৰ!

নিউজ ডেস্ক by নিউজ ডেস্ক
July 9, 2022
in ব্যৱসায়, আন্তৰ্জাতিক, সংবাদ
1 min read
0
টুইটাৰৰ সৈতে সম্পৰ্ক চেদ এলন মাস্কৰ!
Share on FacebookShare on Twitter

টুইটাৰৰ সৈতে হোৱা ৪৪ বিলিয়ন ডলাৰৰ চুক্তি শেষ কৰাৰ কথা ঘোষণা কৰিলে এলন মাস্কে। যোৱা শুকুৰবাৰে এক পত্ৰ যোগে টুইটাৰক এই কথা জনোৱা হয়। এই পত্ৰত উল্লেখ আছে যে, তেওঁলোকৰ মাজত যি চুক্তি হৈছিল সেই চুক্তি পালন কৰাত কিছু ব্যৰ্থ হোৱাৰ লগতে প্ৰয়োজনীয় কিছু নথি-পত্ৰ দিয়াৰ ক্ষেত্ৰতো বিফল হৈছে টুইটাৰ। মাস্কৰ এই অভিযোগ অমান্য কৰি টুইটাৰ কৰ্তৃপক্ষই কয়- আমি তেনে কোনো বিধি উলংঘন কৰা নাই।

উল্লেখ্য যে, চলিত বৰ্ষৰ এপ্ৰিলত এলন মাস্কে টুইটাৰৰ অংশীদাৰিত্ব ক্ৰয় কৰাৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰিছিল। কিন্তু ইয়াৰ পাছতে টুইটাৰৰ একাংশ শীৰ্ষ বিষয়া আৰু মাস্ক কম্পেনীৰ মাজত কিছু সংঘাতৰ খবৰ পোহৰলৈ আহিছিল।

আনহাতে, এলন মাস্কৰ এই সিদ্ধান্তৰ পাছতে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ দিছে টুইটাৰ কৰ্তৃপক্ষই। ব্যৱসায়িক বিধিৰ লগতে চুক্তি ভংগৰ ক্ষেত্ৰত এলন মাস্কেহে বিধি বৰ্হিভূত কাম কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে টুইটাৰ কৰ্তৃপক্ষই।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

অমৰনাথৰ ডাৱৰ বিস্ফোৰণত নিহতৰ সংখ্যা বৃদ্ধি

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
Next Post
আজিৰে পৰা পৱিত্ৰ অমৰনাথ যাত্ৰা আৰম্ভ

অমৰনাথৰ ডাৱৰ বিস্ফোৰণত নিহতৰ সংখ্যা বৃদ্ধি

এতিয়াও জটিল হৈ আছে ৰাজ্যৰ বান পৰিস্থিতিঃ বিপদসীমাৰ ওপৰত বহু নদী-উপনদী

কেন্দ্ৰক অসমৰ বান পৰিস্থিতিক “জটিল” ঘোষণা কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

আকৌ ক’ভিডঃ ২৪ ঘণ্টাত আক্ৰান্ত ৫২৩৩জন, ৭জনৰ মৃত্যু

ৰাজ্যত ২৪ ঘণ্টাৰ ভিতৰত ক'ভিডত আক্ৰান্ত ২৯৪ জন, মৃত্যু দুজনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8