• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসম বানপীড়িতৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ টপচেম চিমেণ্টৰ ৩১ লাখ টকা দান

নিউজ ডেস্ক by নিউজ ডেস্ক
June 18, 2022
in ব্যৱসায়, অসম, ৰাজনীতি
1 min read
0
অসম বানপীড়িতৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ টপচেম চিমেণ্টৰ ৩১ লাখ টকা দান
Share on FacebookShare on Twitter

অসম তথা উত্তৰ-পূবৰ এক আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড টপচেম চিমেণ্টে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৩১ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছে। তেওঁলোকে ৰাজ্যত চলি থকা বান পৰিস্থিতিৰ ফলত যি বৃহৎ পৰিমাণৰ সা-সম্পত্তি লোকচান হৈছে, তাৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰক আৰ্থিক অনুদান আগবঢ়াইছে। ১৭ জুনত দিচপুৰৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত চেকখন আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত হস্তান্তৰ কৰে টপচেম চিমেণ্টৰ অধ্যক্ষ কৈলাশ চন্দ্ৰ লোহিয়া, টপচেম চিমেণ্টৰ মেনেজিং ডাইৰেক্টৰ ৰামৱাতাৰ আগৰৱালা আৰু টপচেম চিমেণ্টৰ সঞ্চালক বজৰং লোহিয়াই।

Representatives of @TopcemCement made a contribution to CM Relief Fund to provide necessary help to our flood-hit people.

Such contributions will go a long way in strengthening our flood-relief measures. pic.twitter.com/iT96l2DJul

— Himanta Biswa Sarma (@himantabiswa) June 17, 2022

অসমত শেহতীয়া বান পৰিস্থিতিয়ে মানুহৰ স্বাভাৱিক জীৱন ক্ষতিগ্ৰস্ত কৰিছে। ৰাজ্যখনৰ ২৮ খন জিলাত মুঠ ১৮.৯৪ লাখ লোক বানত প্ৰভাৱিত হৈছে। এই বানত ৰাজ্যখনে আন্তঃগাঁথনিগত ক্ষতিৰ ক্ষেত্ৰত, যেনে ৰাস্তা, সম্পত্তি, বেষ্টনী (embankments) ইত্যাদিত বৃহৎ লোকচানৰ সন্মুখীন হৈছে। এই বানপানীৰ ফলত হোৱা ধ্বংস আৰু ক্ষতিৰ পৰিমাণৰ সৈতে মোকাবিলা কৰাৰ বাবে আগবাঢ়ি আহিছে টপচেম চিমেণ্ট। এই সংকটৰ সময়ত ৰাজ্যখনৰ বানপীড়িত লোকসকলৰ প্ৰতি অৱদান আৰু সহায়ৰ বাবে আগবাঢ়ি অহাৰ বাবে আৰু অসম চৰকাৰক সহায় কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে টপচেম চিমেণ্টক প্ৰশংসা কৰে আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

Previous Post

গুৱাহাটীৰ পৰা শিলচৰলৈ বিমানৰ টিকট বিচাৰি যাত্ৰীৰ হাহাকাৰ!

Next Post

কৃত্ৰিম বানপানীৰ কবলত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কৃত্ৰিম বানপানীৰ কবলত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ!

কৃত্ৰিম বানপানীৰ কবলত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ!

কৃত্রিম বানৰ কবলত পৰা গুৱাহাটীৰ ৰাইজৰ কাষত ‘এৰিডা’

কৃত্রিম বানৰ কবলত পৰা গুৱাহাটীৰ ৰাইজৰ কাষত 'এৰিডা'

উচ্চতম ন্যায়ালয়ৰ ৰায়-CBSEৰ নিৰ্দেশনাৰ ভিত্তিত মহানগৰীৰ স্কুলবাছৰ সুৰক্ষা পৰ্যবেক্ষণ পৰিবহণ বিভাগৰ

উচ্চতম ন্যায়ালয়ৰ ৰায়-CBSEৰ নিৰ্দেশনাৰ ভিত্তিত মহানগৰীৰ স্কুলবাছৰ সুৰক্ষা পৰ্যবেক্ষণ পৰিবহণ বিভাগৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8