• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সূৰ্য্য চিমেন্টে দীপান্বিতাৰ বতৰত অনাথ ছাত্র-ছাত্ৰী আৰু দুৰ্গতসকললৈ আনিছে আনন্দৰ বতৰা

নিউজ ডেস্ক by নিউজ ডেস্ক
October 22, 2022
in ব্যৱসায়, অসম, সংবাদ
1 min read
0
সূৰ্য্য চিমেন্টে দীপান্বিতাৰ বতৰত অনাথ ছাত্র-ছাত্ৰী আৰু দুৰ্গতসকললৈ আনিছে আনন্দৰ বতৰা
Share on FacebookShare on Twitter

সূৰ্য্য চিমেন্ট লিমিটেড,উত্তৰ পূৰ্বাঞ্চলত গৃহনির্মাণৰ কেঁচামাল যোগানৰ অগ্ৰনি উদ্যোগটোৱে পোহৰৰ উৎসৱ দীপান্বিতা ২০২২ উপলক্ষে সমাজৰ পিছপৰা শ্ৰেণীৰ ছাত্র-ছাত্ৰী আৰু দুৰ্গতসকললৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। যি বতৰাই সূৰ্য্য চিমেন্টৰ সামাজিক দায়িত্ববোধ, অনৈক্যৰ মাজত ঐক্য আৰু সামাজিক সচেতনতা প্ৰকাশ কৰিব।


সূৰ্য্য চিমেন্টে দীপান্বিতা উপলক্ষে সমাজৰ অৱহেলিত ল’ৰা-ছোৱালীহঁতৰ মাজত মিঠাই, চকলেট, চাকি আৰু উপহাৰ সামগ্রী বিতৰণ কৰিব। দীপাৱলী ২০২২ৰ কাৰ্যসূচীৰ অংশ হিচাপে এই বছৰ সূৰ্য চিমেণ্টে তলত উল্লেখ কৰা সংগঠনসমূহৰ সৈতে জড়িত হৈছে। সেয়া হ’ল ক্ৰমে:- ক) প্ৰিয়বন্ধু, খ) মাতৃ মন্দিৰ, গ) ব্ৰহ্মপুত্ৰ চিল্ড্রেন হোম, ঘ) চিল্ড্রেন হোম ফ’ৰ বয়জ। যাতে ২০২২ চনৰ ২৪ অক্টোবৰ তাৰিখে উক্ত সংস্থাকেইটাই সুকলমে দীপান্বিতা অনুষ্ঠিত কৰিব পাৰে।
সমাজৰ দুৰ্গত শ্ৰেণীৰ লোক সকলেও যাতে দীপান্বিতা উৎসৱটো উপভোগ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ২০২২ CSR অনুস্হানটো আৰম্ভ কৰা হৈছিল ২০২১ চনত। বিশেষতঃ সূৰ্য্য চিমেন্ট লিমিটেডৰ কৰ্মচাৰী সকলৰ মাজত সমাজৰ অভাগা লোকসকলৰ মাজত সৰ্বজনৰ হিতাৰ্থে স্বেচ্ছাই সামান্য অৰিহণা আগবঢ়াই দিয়াৰ মানসিকতা গঢ়ি উঠে সেয়ে এই অনুস্হানটোৰ মুখ্য উদ্দেশ্য। “ৰাইজে নখ জোকাৰিলে নৈ বয়”–বুলি কোৱা আপ্তবাক্যশাৰী প্ৰতিপন্ন কৰি সকলোৰে যত সামান্য অৰিহণাৰ জৰিয়তে সমাজৰ দুৰ্ভগীয়া লোকসকলৰ মুখত হাঁহি বিৰিঙাই তোলাৰ প্ৰচেষ্টা। “আমি সমাজৰ সেই আৰ্তজনৰ মুখতো সুখানুভূতি জগাই তুলিব বিচাৰো”-পূৰ্বাঞ্চল চিমেন্ট লিমিটেডৰ পৰিচালন সঞ্চালক বেদান্ত আগৰৱালাই এইদৰে মন্তব্য কৰে।

Previous Post

অন্নপূৰ্ণা গ্ৰুপে মুকলি কৰে ভিজন ২০২৫

Next Post

‘HDFC বেংক ভাৰতৰ SME আৰু ডাইভাৰচিটি এণ্ড ইনক্লুচনত মাৰ্কেট লিডাৰ’

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
Next Post
‘HDFC বেংক ভাৰতৰ SME আৰু ডাইভাৰচিটি এণ্ড ইনক্লুচনত মাৰ্কেট লিডাৰ’

'HDFC বেংক ভাৰতৰ SME আৰু ডাইভাৰচিটি এণ্ড ইনক্লুচনত মাৰ্কেট লিডাৰ'

পূৰ্বাঞ্চল চিমেন্ট লিমিটেডৰ নৱনিযুক্ত পৰিচালন সঞ্চালক বেদান্ত আগৰৱাল

পূৰ্বাঞ্চল চিমেন্ট লিমিটেডৰ নৱনিযুক্ত পৰিচালন সঞ্চালক বেদান্ত আগৰৱাল

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8