• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰিলায়েঞ্চত অচিৰেই নেতৃত্বৰ পৰিৱৰ্তন হ’ব!

নিউজ ডেস্ক by নিউজ ডেস্ক
December 31, 2021
in ব্যৱসায়, প্ৰযুক্তি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
ৰিলায়েঞ্চত অচিৰেই নেতৃত্বৰ পৰিৱৰ্তন হ’ব!
Share on FacebookShare on Twitter

ৰিলায়েঞ্চত অচিৰেই নেতৃত্বৰ পৰিৱৰ্তন হ’ব!  এই ইংগিত দিছে ৰিলায়েঞ্চৰ অধ্যক্ষ মুকেশ আম্বানীয়ে। অলপতে ৰিলায়েঞ্চ পৰিয়াল দিৱসত মুকেশ আম্বানীয়ে ভাষণ প্ৰসংগত নিজৰৰিলায়েঞ্চৰ জ্যেষ্ঠসকলক এই আহ্বান জনায় যে তেওঁলোকে এতিয়া ৰিলায়েঞ্চৰ অধিক যোগ্য, নিষ্ঠাৱান আৰু প্ৰতিভাশালী যুৱ লীডাৰৰ হাতত দায়িত্ব অৰ্পণ কৰা উচিত। তেওঁ কয়, “ৰিলায়েঞ্চ এতিয়া এক যুগান্তকাৰী নেতৃত্ব পৰিবৰ্তনৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ দিশে আগবাঢিছে…মোক ধৰি জ্যেষ্ঠসকলৰ পৰা পৰবৰ্তি প্ৰজন্মৰ যুৱ লীডাৰলৈ। মই এই প্ৰক্ৰিয়া ত্বৰাণ্বিত হোৱাটো বিচাৰোঁ।”
“আমি তেওঁলোকক উৎসাহ যোগোৱা, সবল আৰু সামৰ্থৱান কৰি তুলিবলৈ মাৰ্গ দৰ্শন কৰা উচিত…আৰু আঁতৰৰ পৰা তেওঁলোকৰ আমাতকৈও ভালকৈ কৰা কামবোৰৰ প্ৰশংসা কৰিম…ৰিলায়েঞ্চত আমি সাংগঠনিক সংস্কৃতি নিৰ্মাণ কৰিব লাগিব যি ইয়াৰ নেতৃত্বকো অতিক্ৰমী যাব,” এইদৰে কয় মুকেশ আম্বানীয়ে।
নিজৰ তিনি সন্তান আকাশ, ঈশা আৰু অনন্ত আম্বানীৰ ওপৰত আস্থা আৰু বিশ্বাস প্ৰকাশ কৰি মুকেশ আম্বানীয়ে কয় যে তেওঁলোকে ৰিলায়েঞ্চক নতুন শিখৰলৈ তুলি নিব। ৰিলায়েঞ্চৰ কাৰণে তেওঁলোকৰ আৱেগ, নিষ্ঠা আৰু দৃঢ়তা মই অনুভৱ কৰিছোঁ।

Previous Post

২২ত লক্ষ্য ২৫; অগপৰ নৱ সংকল্প

Next Post

বছৰৰ শেষৰখন সংবাদমেলত কি কলে স্বাস্থ্যমন্ত্রীয়ে…

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
বছৰৰ শেষৰখন সংবাদমেলত কি কলে স্বাস্থ্যমন্ত্রীয়ে…

বছৰৰ শেষৰখন সংবাদমেলত কি কলে স্বাস্থ্যমন্ত্রীয়ে...

বছৰৰ শেষৰ দিনটো কেনেদৰে পাৰ কৰিব আপুনি? নিশা ঘৰতে থাকিবনে? পৰিয়ালক কি ৰান্ধি খুৱাম বুলি ভাবিছে?

বছৰৰ শেষৰ দিনটো কেনেদৰে পাৰ কৰিব আপুনি? নিশা ঘৰতে থাকিবনে? পৰিয়ালক কি ৰান্ধি খুৱাম বুলি ভাবিছে?

নিবনুৱালৈ ভাল খবৰঃ আবেদন বিচৰা হৈছে PNRDত

নিবনুৱালৈ ভাল খবৰঃ আবেদন বিচৰা হৈছে PNRDত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8