সংবাদ

ভাষা গৌৰৱ সপ্তাহত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত বক্তৃতানুষ্ঠান

মহানগৰীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত মহাবিদ্যালয়খনৰ প্ৰাক্তন প্ৰাগজ্যোতিষীয় সতীৰ্থ সন্মিলনৰ উদ্যোগত আৰু অসমীয়া বিভাগৰ সহযোগত "ভাষা গৌৰৱ সপ্তাহ" উপলক্ষ্যে আজি এক বিশেষ...

Read more

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত জাপান কাৰ্নিভাল – ২০২৪ৰ সামৰণি

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত শুক্ৰবাৰৰ পৰা দুদিনীয়াকৈ বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত জাপান কাৰ্নিভাল - ২০২৪ ৰ শণিবাৰে সন্ধিয়া...

Read more

উন্নত প্ৰযুক্তি গ্ৰহণে উত্তৰ-পূবত হাইড্ৰ’কাৰ্বন অন্বেষণক আৰু অধিক উন্নীত কৰিব: বিশেষজ্ঞ

সমগ্ৰ বিশ্বতে, প্ৰাকৃতিক সম্পদ অন্বেষণৰ ক্ষেত্ৰত আহি পৰা অভূতপূৰ্ব প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰমাৎ বৰ্ধিত ব্যয় হ্ৰাস কৰাৰ সমান্তৰালকৈ কাৰ্যকৰী...

Read more

গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মণ্ডলৰ দহদিনীয়া প্ৰাক গণৰাজ্য দিৱসৰ পেৰেড শিবিৰ আৰম্ভ

ৰাষ্ট্ৰীয় সেৱা যোজনা চমুকৈ এন এছ এছৰ পূৱ মণ্ডলৰ পৰা অহা ২০২৫ বৰ্ষত জানুৱাৰী মাহত নতুন দিল্লীত অনুষ্ঠিত হবলগীয়া গণৰাজ্য...

Read more

কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ভাষা গৌৰৱ সপ্তাহ পালন

অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰা গৌৰৱময় সময়চোৱা মধুৰ কৰি ৰখাৰ উদেশ্যে উদযাপিত ভাষা গৌৰৱ সপ্তাহ আজি কামৰূপ মহানগৰ...

Read more

চুইগিয়ে মুকলি কৰিলে আইপিঅ’; প্ৰতিটো শ্বেয়াৰৰ মূল্য বেণ্ড ৩৭১- ৩৯০ টকা নিৰ্ধাৰণ

দেশৰ আগশাৰীৰ অন-ডিমাণ্ড অনুকূল প্লেটফৰ্ম চুইগি লিমিটেডে অলপতে মুকলি কৰিলে বহু প্ৰত্যাশিত প্ৰাৰম্ভিক ৰাজহুৱা অফাৰ (আইপিঅ’), ২০২৪ চনৰ ০৬ নৱেম্বৰত...

Read more

দেশজোৰা অভিযানৰ অংশ হিচাপে অসমত পেঞ্চনাৰসকলৰ বাবে ২৫ স্থানত লাইফ চাৰ্টিফিকেট শিবিৰৰ আয়োজন

পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে (DoPPW) ফেচ অথেন্টিকেচন প্ৰযুক্তিৰ ব্যৱহাৰেৰে পেঞ্চনাৰসকলৰ বাবে লাইফ চাৰ্টিফিকেট দাখিলৰ প্ৰক্ৰিয়াটোক সুশৃংখলিতকৰণৰ অৰ্থে সমগ্ৰ নৱেম্বৰ,...

Read more

ইউএনইপিৰ অ’জিএমপি ২.০ত যোগদান কৰা ভাৰতৰ প্ৰথমটো তেল আৰু গেছ কোম্পানী হিচাপে স্বীকৃত কেয়াৰ্ন

বেদন্ত গ্ৰুপৰ অংশ আৰু ভাৰতৰ অগ্ৰণী ব্যক্তিগত তেল আৰু গেছ অন্বেষণ তথা উৎপাদন কোম্পানী কেয়াৰ্ন অইল এণ্ড গেছে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ...

Read more

আজাৰা পাটগাঁৱত বি এছ এফ আৰু NDRFৰ দেৱালী মেলা

সীমান্ত নিৰাপত্তা বাহিনী (BSF) আজাৰা পাটগাঁৱস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত কালি সন্ধিয়া বি এছ এফ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি...

Read more

আজাৰাৰ সানপাৰা উপ স্বাস্থ্য কেন্দ্ৰলৈ ৰাষ্ট্ৰীয় স্বীকৃতি

ভাৰত চৰকাৰে বিভিন্ন স্তৰৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰ সমূহৰ আন্তঃগাঠনি আৰু স্বাস্থ্য কেন্দ্ৰত আগবঢ়োৱা সেৱাৰ গুণগত মান মূল্যায়ণৰ বাবে ২০১৩ চনত...

Read more
Page 1 of 806 1 2 806