সংবাদ

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত, আৰক্ষী আৰু পৰিবহণ বিভাগৰ সহযোগত বাইক-কাৰ ৰেলী

আগন্তুক ৭৮সংখ্যক স্বাধীনতা দিৱসত স্বদেশ আৰু স্বজাতিৰ প্ৰতি দেশাত্মবোধ উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে “হৰ ঘৰ ত্ৰিৰংগা” অভিযানৰ লগত সঙ্গতি ৰাখি মঙ্গলবাৰে...

Read more

শ্ৰমিক নেতা প্ৰিয় গুপ্তৰ মৃত্যু বাৰ্ষিকী উপলক্ষে মালিগাঁৱত এন এফ ৰেলৱে মজদুৰ ইউনিয়নৰ ফল-মূল বিতৰণ

সৰ্বভাৰতীয় শ্ৰমিক সংগঠন অল ইণ্ডিয়া ৰেলৱে মেনচ ফেডাৰেচন আৰ এন. এফ. ৰেলৱে মজদুৰ ইউনিয়নৰ প্ৰাক্তন সাধাৰণ সম্পাদক,প্ৰাক্তন সাংসদ তথা শ্ৰমিক...

Read more

ৰেডিচন ব্লু গুৱাহাটীৰ বিশেষ ‘ৰক্ষাবন্ধন মিঠাই বক্স’ৰ সৈতে মধুৰ কৰি তোলক আপোনাৰ ৰাখী বন্ধনৰ বিশেষ দিনটো

চমু চাপি অহা ভাতৃ-ভগ্নীৰ অটুট বন্ধনৰ প্ৰতীকস্বৰূপ বিশেষ দিনটো উদযাপনৰ বাবে সাজু হৈছে ৰেডিচন ব্লু গুৱাহাটী। ৰাখী বন্ধনৰ এই বিশেষ...

Read more

SBI কৰ্মচাৰী সংস্থা থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ চ’চাইটি লিমিটেডৰ সোণালী জয়ন্তী উদযাপন

SBI ষ্টাফ এছ'চিয়েচন থ্ৰিফ্ট এণ্ড ক্ৰেডিট ক'অপাৰেটিভ ছছাইটি লিমিটেডে ১০ আগষ্টত ভঙাগড়স্থিত জিএমচিএইচ প্ৰেক্ষাগৃহত সোণালী জয়ন্তী উদযাপন কৰে। এই কাৰ্য্যসূচী...

Read more

বৈদিক এষ্ট্ৰোলজিকেল ৰিচাৰ্জ চোচাইটি, ইণ্ডিয়ান ইনষ্টিটিউটৰ প্ৰতিষ্ঠা দিৱস পালন

লতাশিলৰ বিষ্ণু ৰ্নিমলা ভৱনত সোমবাৰে ১৯তম্ বৈদিক এষ্ট্ৰোলজিকেল ৰিচাৰ্জ চোচাইটি, ইণ্ডিয়ান ইনষ্টিটিউটৰ প্ৰতিষ্ঠা দিৱস আৰু জ্যোতিষ সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি অধ্যাপক...

Read more

টপচেম চিমেন্টৰ স্কুল ক্রিকেট দলবোৰক ক্রিকেট খেলৰ সামগ্রী প্ৰদান

উত্তৰ পূব ভাৰতৰ এক অগ্রণী চিমেন্ট ব্ৰেণ্ড টপচেম চিমেন্টে অলপতে অসমৰ দহখন বিদ্যালয়লৈ ক্রিকেট খেলৰ কিট বিতৰণ কৰে,ফলশ্রুতিত তিনিটা ছোৱালী...

Read more

ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত জালুকবাৰী সমষ্টিত বিশাল ত্ৰিৰংগা বাইক ৰেলী

দেশৰ স্বাধীনতা আন্দোলনৰ সেনানী সকলৰ ত্যাগ, বলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেওঁলোকৰ ত্যাগক নতুন প্ৰজন্মৰ আগত দাঙি ধৰা, দেশবাসীৰ মাজত দেশপ্ৰেমৰ...

Read more

স্বাধীনতা দিৱসৰ বিশেষ অতিথি হিচাপে আমন্ত্ৰিত গুৱাহাটী বিশ্ববিদ্যালয় NSS কোষৰ স্বেচ্ছাসেৱক

গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS কোষৰ চাৰিজন নিষ্ঠাবান স্বেচ্ছাসেৱকক ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে নতুন দিল্লীৰ লালকিল্লাত স্বাধীনতা দিৱস উদযাপনৰ...

Read more

দেশৰ ৭৮সংখ্যক স্বাধীনতা বৰ্ষ উপলক্ষে পৰিবহণ বিভাগৰ বিশেষ জনসেৱা মাহৰ কাৰ্যসূচী

৭৮সংখ্যক স্বাধীনতা বৰ্ষত “মেৰা ভাৰত মহান” শ্ল’গানেৰে স্বদেশ আৰু স্বজাতিৰ প্ৰতি দেশাত্মবোধ উদ্বুদ্ধ কৰাৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই...

Read more

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত NCCৰ ইউনিট মুকলি ক্ৰীড়া মন্ত্ৰী নন্দিতা গৰ্লোছাৰ

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আজিৰে পৰা স্থাপন কৰা হৈছে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ধুবুৰীস্থিত ৭ আসাম বেটেলিয়ান NCCৰ...

Read more
Page 19 of 807 1 18 19 20 807