ৰাজনীতি

শপত গ্ৰহণৰ পিছতে বিজেপি মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী পদৰ বাবে শপত গ্ৰহণৰ পিছতে মঙলবাৰে প্ৰথমবাৰলৈ বিজেপি মুখ্য কাৰ্যালয়ত উপস্থিত হৈছে হিমন্ত বিশ্ব শৰ্মা।...

Read more

আজি কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা বিধায়ক সকলৰ বিষয়ে কিছু কথা…

শনিবাৰে শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত হিমন্ত বিশ্ব শৰ্মাই ১৫ সংখ্যক মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে। হিমন্ত বিশ্ব শৰ্মাৰ লগতে আজি আন...

Read more

হিমন্তৰ দীৰ্ঘকালৰ সংগী সমীৰ সিনহাক মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰূপে নিযুক্তি

আজি মুখ্যমন্ত্ৰীৰ নতুন অতিৰিক্ত মুখ্য সচিবৰ পদত নিযুক্তি প্ৰদান কৰিলে পৱন কুমাৰ বৰঠাকুৰক। অসমৰ উন্নয়ন আৰু সাংস্কৃতিক বিভাগৰ অতিৰিক্ত মুখ্য...

Read more

কাইলৈ আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ আসনত বহিব হিমন্ত বিশ্ব শৰ্মা

মঙলবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব হিমন্ত বিশ্ব শৰ্মা। কাইলৈয়ে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰূপে শপত লৈ...

Read more

অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডঃ হিমন্ত বিশ্ব শৰ্মাই

আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ডঃ হিমন্ত বিশ্ব শৰ্মাই। কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত শপত বাক্য পাঠ কৰিলে হিমন্ত বিশ্ব শৰ্মাই।...

Read more

মুখ্যমন্ত্ৰী পদৰ শপত গ্ৰহণ কৰাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো টুইট

সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী পদৰ বাবে শপত গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে শপত বাক্য পাঠ...

Read more

অসমৰ জাতীয় সাজ পৰিধান কৰি শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত ডঃ হিমন্ত বিশ্ব শৰ্মা

আজি অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মাই। কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হৈছে শপত গ্ৰহণ কাৰ্যসূচী।...

Read more

নতুন মন্ত্ৰীসভাৰ প্ৰাথমিক তালিকা; কোনে কোনে ল’ব শপত?

সোমবাৰে শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰাৰ লগতে নতুন চৰকাৰৰ মন্ত্ৰীসভাৰো কেইবাজনো নতুন মন্ত্ৰীয়ে ল'ব...

Read more

শপত গ্ৰহণৰ পূৰ্বে ঈশ্বৰৰ ওচৰত আশীষ ল’লে ডঃ হিমন্ত বিশ্ব শৰ্মাই

আজি অসমৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপ শপত গ্রহণ কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মাই। দিনৰ ১২ বজাত কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব...

Read more

আজি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মাই

আজি অসমৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মাই। আজি দিনৰ ১২ বজাত কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত...

Read more
Page 198 of 243 1 197 198 199 243