• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসমখন আৰু ভাগ কৰিলে অস্তিত্বই নাথাকিবঃ জুবিন গাৰ্গ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 17, 2023
in সংস্কৃতি, অসম, ৰাজনীতি
1 min read
0
৫০ বছৰীয়া হ’ল অসমবাসীৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ
Share on FacebookShare on Twitter

মই বৰ অসমত বিশ্বাসী মানুহ, বিষ্ণু ৰাভাৰ শিষ্য। মই অসম টুকুৰা টুকুৰ হোৱাটো নিবিচাৰো।’-পৃথক কমতাপুৰ ৰাজ্য গঠনৰ বিৰোধিতাৰ স্থিতিত অটল জুবিন। শেহতীয়াকৈ পৃথক কমতাপুৰ ৰাজ্য গঠনৰ বিৰোধিতাৰে জুবিন গাৰ্গে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপে জুবিন গাৰ্গক কমতাপুৰ ৰাজ্য গঠনৰ সপক্ষে থকা একাংশ লোক সমালোচনা কৰাৰ লগতে কমতাপুৰ ফেষ্টিভেলত জুবিন গাৰ্গক নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে।

ইয়াৰ পিছতে জুবিনে পুনৰ তেওঁৰ নিজৰ স্থিতি স্পষ্ট কৰিছে। সাংবাদিকে কমতাপুৰ ফেষ্টিভেলত জুবিন গাৰ্গক নিষিদ্ধ কৰাৰ বিষয়ত প্ৰশ্ন উত্থাপন কৰাত জুবিনে কয়, অসমত মোক বহু কেইবাৰ বৰ্জন কৰিছে। সেয়া হৈয়ে থাকে। গোৱালপাৰাত পৃথক কমতাপুৰৰ বিৰোধিতা কৰি কৰা মন্তব্যৰ সন্দৰ্ভত কয়, গোলাপাৰাত অনুষ্ঠান কৰিবলৈ যোৱাৰ সময়ত মোক পৃথক কমতাপুৰ ৰাজ্য গঠনৰ প্ৰচেষ্টা চলি থকাৰ বিষয়ে কৈছিল। মই বৰ অসমত বিশ্বাসী মানুহ। বিষ্ণু ৰাভাৰ শিষ্য। মই অসম টুকুৰা টুকুৰ হোৱাটো নিবিচাৰো। আলাপ আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ কথা উল্লেখ কৰি জুবিনে কয়, পৃথক কমতাপুৰ ৰাজ্য বিচৰাসকলৰ দাবীসমূহ পূৰণ কৰিবলৈ চৰকাৰে চেষ্টা কৰালে ভাল। কিন্তু ৰাজ্যখন একেবাৰে টুকুৰা টুকুৰ কৰি থাকিলে অসম নামৰ কোনো অস্তিত্বই নাথাকিব।

অনুষ্ঠানত এনে কাৰণতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা বুলি মন্তব্য কৰি জুবিনে পুনৰ কয়, বিষয়টো ৰাইজৰ মতামতৰ বাবে এৰিলো। ৰাইজে কি মতামত দিয়ে আৰু চৰকাৰে কি সিদ্ধান্ত লয় তালৈও অপেক্ষা কৰিব লাগিব। এই বিষয়টো হুলস্থুল কৰিবলগীয়া বিষয় নহয়। মই মোৰ নিজৰ মতামত আগবঢ়ালো। অসমক ভাগ ভাগ কৰাৰ প্ৰসংগত জুবিনে পুনৰ কয়, ব্ৰিটিছে অনা ডিভাইড এণ্ড ৰোল পলিচি চৰকাৰে গ্ৰহণ কৰিছে । সেইটোৰ মই পক্ষপাতি নহয়।

ইফালে কোচ ৰাজবংশীসকলৰ কোনো অনুষ্ঠানলৈ জুবিনক আমন্ত্ৰণ নকৰে বুলি দিয়া হুংকাৰৰ বিষয়ত জুবিনে কয় যে, মোক নিমন্ত্ৰণ নকৰাটো একো ডাঙৰ কথা নহয়। প্ৰতিমা বৰুৱা পাণ্ডেৰ পিছত কোচ ৰাজবংশীৰ আটাইতকৈ বেছি গান ময়েই গাইছো। এতিয়াও মই মঞ্চত, বিদেশত কোচ ৰাজবংশী গীত গাও।কোচ ৰাজবংশী গীত ভাল পাওঁ। সেইবোৰ গান মই থাকিম।

Previous Post

প্ৰগতি ময়দানত অনুষ্ঠিত হ’ব এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনী

Next Post

১৮ জানুৱাৰীৰ পৰা চান্দমাৰীত আয়োজিত হ’ব আজাদী কা অমৃত মহোৎসৱ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
১৮ জানুৱাৰীৰ পৰা চান্দমাৰীত আয়োজিত হ’ব আজাদী কা অমৃত মহোৎসৱ

১৮ জানুৱাৰীৰ পৰা চান্দমাৰীত আয়োজিত হ’ব আজাদী কা অমৃত মহোৎসৱ

মাষ্টাৰকাৰ্ডে ঘোষণা কৰিলে ফ্লেগশ্বিপ গাৰ্লচ4টেক™ ৰ নতুন কাৰ্যসূচী

মাষ্টাৰকাৰ্ডে ঘোষণা কৰিলে ফ্লেগশ্বিপ গাৰ্লচ4টেক™ ৰ নতুন কাৰ্যসূচী

খানামুখত পৰম্পৰাগত ভাৱে ভোগালী বিহু উদযাপন

খানামুখত পৰম্পৰাগত ভাৱে ভোগালী বিহু উদযাপন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8