• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন

নিউজ ডেস্ক by নিউজ ডেস্ক
June 21, 2022
in সংস্কৃতি, গুৱাহাটী, সংবাদ
1 min read
0
গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপন
Share on FacebookShare on Twitter

গুৱাহাটী সাংস্কৃতিক গোষ্ঠীয়ে হাতীগড় চাৰিআলিৰ নাৰিকলবাৰী শিশু উদ্যানত বিভিন্ন কাৰ্য্যসূচীৰে ২০ জুনৰ বিয়লি বিষ্ণু ৰাভা দিৱস উদযাপন কৰে। বন্তি প্ৰজ্বলনেৰে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ স্থায়ী সভাপতি তুলিকা ভূঞা বৰুৱাই।

অনুষ্ঠানত গোষ্ঠীৰ কাৰ্য্যকৰী সভাপতি কংকনা চহৰীয়া, উপদেষ্টা ইৰাণী শইকীয়া, উপ সভাপতি গীতিমা দাস, জুৰি বৰা, অঞ্জুমণি ওজা, প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ৰুমী ভূঞা, সহ:সম্পাদক কবিতা কলিতা, মঞ্চ পৰিচালিকা শৰ্মিষ্ঠা মহন্তকে ধৰি উপস্থিত সকলোৱে বিষ্ণু প্ৰসাদ ৰাভাৰ কেবাটাও কালজয়ী গীত, কবিতা পৰিবেশন কৰে ।

Previous Post

ডিব্ৰুগড়ত আয়োজিত যোগ দিৱসত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Next Post

অম্বুবাচী উপলক্ষে কামাখ্যা ৰেল ষ্টেচনৰ পৰা ভক্তৰ বাছসেৱা আৰম্ভ কৰিলে জয়ন্তমল্ল বৰুৱাই

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অম্বুবাচী উপলক্ষে কামাখ্যা ৰেল ষ্টেচনৰ পৰা ভক্তৰ বাছসেৱা আৰম্ভ কৰিলে জয়ন্তমল্ল বৰুৱাই

অম্বুবাচী উপলক্ষে কামাখ্যা ৰেল ষ্টেচনৰ পৰা ভক্তৰ বাছসেৱা আৰম্ভ কৰিলে জয়ন্তমল্ল বৰুৱাই

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে অসম অলিম্পিক সন্থাৰ তৰ্ক আৰু কুইজ প্ৰতিযোগিতাৰ আয়োজন

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে অসম অলিম্পিক সন্থাৰ তৰ্ক আৰু কুইজ প্ৰতিযোগিতাৰ আয়োজন

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8