• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু

নিউজ ডেস্ক by নিউজ ডেস্ক
January 15, 2023
in সংস্কৃতি, অসম
1 min read
0
আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু
Share on FacebookShare on Twitter

আজি মাঘৰ প্ৰথমটো দিন। মাঘৰ পুৱা মংগল কামনাৰে মেজি জ্বলাই সকলোৱে আদৰিলে মাঘ বিহুক। শীতৰ কুৱঁলীত পথাৰত সকলোৱে একেলগ হৈ অপায়, অমংগল, অসূয়া-অপ্রীতি সকলো নিপাত যোৱাৰ আশাৰে, পূজা–পাৰ্বন, নৃত্য–গীতেৰে ডেকা–বুঢ়া, পুৰুষ–মহিলা সকলোৱে মেজিৰ জুই জ্বলায়। উৰুকা নিশা ভোজ ভাত খাই আজি পুৱা মেজি জ্বলাই অগ্নিদেৱতাৰ ওচৰত সেৱা জনালে সকলোৱে। মেজিৰ জুইত মাতি মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি জুইত আগবঢ়াই সকলোৱে অগ্নিক সেৱা কৰে।

বিহু উপলক্ষে অসমীয়া মহিলাসকলে কেইবাদিনৰ আগৰ পৰাই বিহুৰ প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা যায়। তেওঁলোকে বিভিন্ন পিঠা–পনা যেনে তিল পিঠা, নাৰিকল পিঠা, খোলাচাপৰীয়া পিঠা, টেকেলী পিঠা, চুঙা পিঠা, ঘিলা পিঠা, সুতুলী পিঠা, তেল পিঠা বনায়। লগতে বিভিন্ন ধৰণৰ লাৰু যেনে তিলৰ লাৰু, নাৰিকলৰ লাৰু ইত্যাদি তৈয়াৰ কৰে। মাঘ বিহুৰ পুৱা মেজি জ্বলোৱাৰ পিছত সকলোৱে পিঠা–পনা, দৈ–চিৰা, বৰা ভাত আৰু অন্যান্য পৰম্পৰাগত খাদ্য উপভোগ কৰে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ প্ৰদানৰ পদক্ষেপক উচ্চ প্ৰশংসা অসমৰ বিজ্ঞান আৰু গৱেষণা সমাজৰ
অসম

ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ প্ৰদানৰ পদক্ষেপক উচ্চ প্ৰশংসা অসমৰ বিজ্ঞান আৰু গৱেষণা সমাজৰ

September 21, 2023
ডুগডুগীৰ নতুন শাখা মুকলি
অসম

ডুগডুগীৰ নতুন শাখা মুকলি

September 21, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

গুৱাহাটীকে ধৰি দেশৰ ৪০ স্থানত CBIৰ অভিযান

গুৱাহাটীকে ধৰি কেইবা ঠাইতো CBIৰ অভিযানঃ গ্ৰেপ্তাৰ ৭ জন!

গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী

মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8