• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজি পোহৰৰ উৎসৱ দিপাৱলী

নিউজ ডেস্ক by নিউজ ডেস্ক
October 24, 2022
in সংস্কৃতি, অসম, সংবাদ
1 min read
0
আজি পোহৰৰ উৎসৱ দিপাৱলী
Share on FacebookShare on Twitter

আজিৰে পৰা আৰম্ভ পোহৰৰ উৎসৱ দিপাৱলী। দিপাৱলীৰ লগতে আজি কালি পূজাৰ প্ৰস্তুতিও চলিছে। সমাজৰ পৰা অপশক্তি দূৰ কৰি শান্তি প্ৰতিষ্ঠা কৰাৰ প্ৰাৰ্থনা জনাই সমগ্ৰ দেশতে উদযাপন কৰা হ’ব কালি পূজা। ইতিমধ্যে বিভিন্ন মন্দিৰ আৰু উপাসনাস্থলীত মা কালী ভক্তই চলাইছে পূজাৰ আয়োজন।

শ্ৰী ৰামচন্দ্ৰই ১৪ বছৰ বনবাস খাটি সীতাৰ সৈতে অযোধ্যালৈ ঘূৰি অহাৰ আনন্দতেই প্ৰজাগণে পোহৰেৰে অযোধ্যক উদ্ভাসিত কৰি তোলাৰ পৰম্পৰা অনুসৰিয়েই সমগ্ৰ দেশতে পালন কৰা হ’ব পোহৰৰ উৎসৱ দিপাৱলী। অতীজৰে পৰা চলি অহা এই পৰম্পৰা অনুসৰি পোহৰৰ উৎসৱ পালন কৰিবলৈ সাজু হৈছে দেশৰ লগতে ৰাজ্যবাসী।

দেৱালীক লৈ ইতিমধ্যে প্ৰশাসনে জাৰি কৰিছে বিশেষ নিৰ্দেশনাও। দেৱালীত যাতে কোনোৱে উচ্চ শক্তি সম্পন্ন ফটকা নুফুটাই তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। তাৰোপৰি পৰিৱেশ বিনষ্ট বা প্ৰদূষণ মুক্ত দেৱালী পালন কৰিবলৈ সকলোকে আহ্বান জনাইছে প্ৰশাসনে।ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰশাসনে ফটকা ফুটোৱাৰ বাবে নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি দিছে।

Previous Post

মাজবাটত অগ্নিকাণ্ড! ভষ্মীভূত হ’ল বহু লাখ টকাৰ সামগ্ৰী

Next Post

সৈনিকসকলৰ সৈতে দীপোৎসৱ উদযাপন কৰিবলৈ কাৰ্গিলত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
সৈনিকসকলৰ সৈতে দীপোৎসৱ উদযাপন কৰিবলৈ কাৰ্গিলত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

সৈনিকসকলৰ সৈতে দীপোৎসৱ উদযাপন কৰিবলৈ কাৰ্গিলত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

বৰপেটাত বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ শেষকৃত্য সম্পন্ন

বৰপেটাত বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ শেষকৃত্য সম্পন্ন

১৫ লাখ বন্তিৰে সজাই তোলা হ’ল অযোধ্যাক

১৫ লাখ বন্তিৰে সজাই তোলা হ'ল অযোধ্যাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8